News morigaon

News morigaon সত্য খবৰ প্ৰতি মুহূৰ্তত আপোনাৰ ওচৰত ৷

08/06/2026

🚨”আজিৰ অসমীয়াই নিজক নিচিনিলে…”Utpal Sarma
📌গুৱাহাটীৰ আৰ্যনগৰত হৈ যোৱা ঘটনাকলৈ আছুৰ সভাপতি উৎপল শৰ্মাৰ সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া৷
News morigaon

05/06/2026

🚨বিশ্বৰ লগতে মৰিগাঁৱতো অতি উলহ-মালহেৰে পালন কৰা হ’ল বিশ্ব পৰিৱেশ দিৱস।
📌এই দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET) চৌহদত আয়োজন কৰা এক বিশেষ কাৰ্যসূচী৷
📌 প্ৰকৃতি সংৰক্ষণৰ বাৰ্তাৰে চাৰিশোধিক উন্নত মানৰ গছপুলি ৰোপণ।
📌​ৰাজ্যৰ সেউজীকৰণ অভিযানক আগুৱাই নিয়াৰ লক্ষ্যৰে আয়োজিত এই বৃক্ষৰোপণ কাৰ্যসূচী৷

News morigaon

04/06/2026

🚨মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীক চোকা সমালোচনা লাহৰীঘাটৰ বিধায়ক আছিফ নাজাৰৰ। মীন উন্নয়ন নিগমত সংঘটিত দুৰ্নীতি সন্দৰ্ভত কি ক'লে আছিফ নাজাৰে‌ ?
📌"কি কি কাৰণত আমি পৰাজয় বৰণ কৰিলোঁ এই সন্দৰ্ভত এতিয়া আমাৰ সমষ্টিয়ে সমষ্টিয়ে পৰ্যালোচনা সভা হৈ আছে"-শিৱামণি বৰা
News morigaon

25/05/2026

🚨অসম বিধানসভাৰ মজিয়াত ৰাইজৰ অভাৱ-অভিযোগ আৰু সমষ্টিবাসীক প্ৰতিনিধিত্ব কৰি মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত ডেউৰীৰ ভাষণ প্ৰদান৷

News morigaon

23/05/2026

🚨মৰিগাঁও মাজমজিয়াত বৃহৎ চুৰিকাণ্ড৷

📌ধাৰাবাহিক চুৰিকাণ্ডৰ বিপৰীতে নিশা পুনৰ সংঘটিত হল বৃহৎ চোৰৰ চাফাই অভিযান৷
📌সমগ্ৰ চুৰিকাণ্ডৰ স্পষ্ট দৃশ্য বন্দী হল CCTV কেমেৰাত৷
📌ইতিমধ্যে বহুকেইজন ভুক্তভোগী তথা ব্যৱসায়ীয়ে অভিযোগ দাখিল কৰিছে মৰিগাঁও সদৰ থানাত৷
News morigaon

21/05/2026

🚨মৰিগাঁও জাগীৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকাৰ মহানুভৱতা আৰু ব্যতিক্ৰমী পদক্ষেপ,মৰিগাঁও গড়মাৰী গাঁও পঞ্চায়তত প্ৰথম বিভাগত উত্তীৰ্ণ ৬৫ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা৷

📌জাগীৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকাৰ অনুমতি মৰ্মে আজি গড়মাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বুথ সমিতি, শক্তি কেন্দ্ৰ আহ্বায়ক, পঞ্চায়ত প্ৰতিনিধি, তিৱা স্বায়ত্ত পৰিষদৰ সদস্য তথা আঞ্চলিক পঞ্চায়তৰ সদস্যসকলে যৌথ উদ্যোগত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে৷
📌এই অনুষ্ঠানৰ জৰিয়তে ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মুঠ ৬৫ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক ঘৰে ঘৰে গৈ ফুলাম গামোচা আৰু নগদ ২০০০ টকাৰে সম্বৰ্ধনা জনাই৷
📌এই ব্যতিক্ৰমী পদক্ষেপে শিক্ষাৰ ক্ষেত্ৰত কৃতিত্ব অৰ্জন কৰা শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ লগতে সমাজত শিক্ষাৰ অনুকূল পৰিৱেশ সৃষ্টিত এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ।

News morigaon

20/05/2026

∆ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ আহঁতগুৰিত প্ৰস্তাৱিত মেগা ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক তথা উপলব্ধ চৰকাৰী ভূমিৰ পৰ্যালোচনা কৰাৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰে।

News morigaon

20/05/2026

🚨 “তিৱা এপিছে আছো অসমত,কিবা হলে মইয়ে প্ৰথমে গুলী খাম”
তিৱা জননেতা তথা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত ডেউৰীয়ে জাগীৰোডৰ বৰ্তমানৰ পৰিস্থিতিৰ ক্ষেত্ৰত জাগীৰোডস্থিত দেউশাল মন্দিৰত তিৱা দল সংগঠন নেতা,তিৱা সমাজ আৰু যুৱক যুৱতী সকলক উদ্দেশ্যি এনে মন্তব্যৰে আশ্বাস প্ৰকাশ৷

News morigaon

19/05/2026

🚨 মৰিগাঁও বানমুৰিত ভ*য়ানক ঘটনা৷

📌মানসিক ভাৱে অ*সুস্থ পিতৃৰ হাতত আ*ক্ৰমণৰ ব*লি হল চাৰি বছৰীয়া ক*ন্যা সন্তান।নিজৰ ক*ন্যা সন্তানক ডে*গাৰে ঘ*পিয়াই নিজ পিতৃয়ে সং*ঘটিত কৰে এই ঘ*টনা ।
📌পিতৃ আ*ক্ৰমণত না*ৰিভু পৰ্যন্ত উলিয়াই যায় ক*ন্যা সন্তানগৰাকীৰ৷পিতৃ আ*ক্ৰমণত গুৰু*ত্ব ভাৱে আ*হত ক*ন্যা গৰাকীক মৰিগাঁও অসামৰিক চিকিৎসালয় ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজৰ লৈ প্ৰেৰণ কৰে চিকিৎসকে।
📌আনহাতে নিজ ক*ন্যাক আক্ৰ*মণ কৰা পাছত একেখন ডে*গাৰে নিজৰ পেটত হা*নি লয় পিতৃগৰাকীয়ে৷

News morigaon

18/05/2026

🚨জাগীৰোডৰ বিধায়ক পিযুষ হাজৰিকাই কোনো দিনেই খিলঞ্জীয়া তিৱা, বড়ো, কাৰ্বি আৰু নেপালী সম্প্ৰদায়ৰ ৰাইজক উচ্ছেদ নকৰে বুলি ফোন যোগে প্ৰতিশ্ৰুতি প্ৰদান তিৱা ৰাইজক৷
📌আন্দোলন নকৰিবলৈ পুনৰবাৰ আহ্বান জনায় সদৌ তিৱা ছাত্ৰ সন্থাক৷
News morigaon

Address

Morigaon

Website

Alerts

Be the first to know and let us send you an email when News morigaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share