Enamul CSC

Enamul CSC All content is original and fully licensed.

I create Assamese, Hindi & English songs, tributes, and awareness videos to inspire and educate people. ❤️ Follow for meaningful music, positive messages, and real stories.

27/05/2026

মুছলমানে গৰু মাংস নাখালে কি
মুচলমান নহয় নেকি?

24/05/2026

ডাঙৰ Eid ত কুৰবানী নকৰিলে পাপ হব নেকি?

22/05/2026

মানুহ বুঢ়া হোৱা কি অপৰাধ নেকি?
মানুহ আগত ধৰ্ম পাছত

09/05/2026

শিশু মৃত্যুৰ পৰা কিছু শিক্ষা।

06/05/2026

হিমন্ত বিশ্ব শৰ্মা আল্লাহৰ হুকুমে মূখ্যমন্ত্ৰী হৈছে

05/05/2026

প্ৰকৃত ভোট গ্ৰহণ হোৱাই নাই।
নহলে জিকা মানুহ জন হাৰিল। হৰা মানুহ জন জিকিল। কি আচৰিত কথা!

05/05/2026

Congress নে Aiudf মিঞাৰ দল ?

05/05/2026

হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ দালাল কোনোবা মুছলীম মানুহ এতিয়াও কংগ্ৰেছত আছে ।
নহলে যি কয় সেয়া ফলি যায় কিয়?
এয়া magic ✨ আঁতৰাব নে?

04/05/2026

ৰাজনীতি মানে শিক্ষিতৰ দাম নাই ।
পইচাৰ হে দাম । কাৰণ ভোটাৰ বিক্ৰী হৈছে অসমত।
জ্বলন্ত উদাহৰণ 2026 চনৰ নিৰ্বাচনৰ

04/05/2026

অসমত হিন্দুই bjp ক ভোট দিয়ে ।
তামিল নাডুত হিন্দু 95% থকাৰ পাছতো বিজেপিত এটা seat নাপায়। কাৰণ কি?
ধৰ্মৰ ৰাজনীতি নহলে অসম তালিম নাডুত কৈ গৰীব ।

Address

Morigaon

Telephone

+917972385933

Website

Alerts

Be the first to know and let us send you an email when Enamul CSC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share