MfNews

MfNews আমাৰ প্ৰথম আৰু শেষ কথা এটাই,লাহৰিঘাট সমষ্টিৰ উন্নয়ন ।।

গাদ্দাৰ নম্বৰ ১ ছাবিকুন নাহাৰ নিৰ্দিলীয় জিলা পৰিষদৰ সদস্য ছিদ্দিক আহমেদৰ অক্সিজেন লৈ এতিয়া তেওৰ লগত গাদ্দাৰী কৰি আছিফ ...
04/04/2026

গাদ্দাৰ নম্বৰ ১ ছাবিকুন নাহাৰ নিৰ্দিলীয় জিলা পৰিষদৰ সদস্য ছিদ্দিক আহমেদৰ অক্সিজেন লৈ এতিয়া তেওৰ লগত গাদ্দাৰী কৰি আছিফ নাজাৰৰ পৰা টকা লৈ আছিফ নাজাৰৰ হৈ প্ৰচাৰ কৰি আছে আপোনাক ৰাইজে ক্ষমা নকৰে। আপুনি বৰ্তমান ৱাৰ্ড মেম্বাৰ হব নোৱাৰে। গাদ্দাৰক উচিত শিক্ষা দিব এইবাৰ লাহৰিঘাট ৰ ৰাইজে। বহুত ভোটৰ ৱধানত আছিফ নাজাৰ হাৰিব। চাই থাকক।

14/03/2026
12/03/2026

যোৱা দুটা মাহে লাহৰিঘাট সমষ্টিত নাই লাহৰিঘাটৰ বিধায়ক আছিফ নাজাৰ। কাৰণ তেও গম পাইছে যে, একমাত্ৰ টিকেটটোহে মেইন। লাহৰিঘাটৰ ৰাইজৰ উন্নয়ন নালাগে। লাগে মাথো কংগ্ৰেছৰ টিকেট। কংগ্ৰেছৰ হাতৰ চিন আৰু এইবাৰ নাচাই । চাব যোৱা ৫ বছৰে বিধায়কে কি কাম কৰিছে।কামৰ খতিয়ান দিয়া আগত কি, কি কাম কৰিছা। কেৱল বিধায়ক পূজিৰ ধন নিজৰ চেলা চামুণ্ডাক খুৱাই তুমি পুনৰ লাহৰিঘাটৰ ৰাইজক বুৰ্বক বনাব আহিছা। তোমাক ৰাইজে এইবাৰ উচিত শিক্ষা দিব। সময় সমাগত গৌৰৱ গগৈ আৰু তোমাৰ চাচাই বচাব নোৱাৰে।

10/03/2026

টিকেট নিশ্চিত হৈছে বুলি জহাই ফুৰাসকলক কৈছো,জিলা পৰিষদৰ টিকেটৰ খেলখন মনত আছেনে?

10/01/2026

The Congress MLA from Laharighat constituency in Morigaon district of Assam, Asif Mohammad Nazar, has not been able to carry out any development work in the constituency in recent times. MLA Asif Mohammad Nazar does not give importance to party workers. He has been misbehaving and insulting veteran as well as new Congress workers and leaders. He remains involved with a few brokers/dalals. He has no popularity in the constituency. 90% of the voters in the constituency are protesting against MLA Asif Mohammad Nazar. They have taken to the streets in protest against him. If the Congress party gives him a ticket, it is certain that he will suffer a disastrous defeat. Currently, MLA Asif Mohammad Nazar has become completely disconnected from the people (gana-bischinna). If the Congress party gives MLA Asif Mohammad Nazar a ticket in the upcoming 2026 Assam Legislative Assembly election, the party will definitely lose this seat.
# priyanka gandhi
# Rahul Gandhi
GOGOI

03/01/2026

লাহৰিঘাটত শিখৰ বাহিনীয়ে এইবাৰ কোনদল কৰিব সেইটোহে চাবলগীয়া হব ২০২৬ ত। কাৰণ তোমালোকৰ বছে এইবাৰ টিকেট নাপায়।

""লাহৰিঘাট সমষ্টিৰ বিধায়ক আছিফ নাজাৰৰ কংগ্ৰেছী কৰ্মীৰ অভাৱ""  এই তিনিজন মহাপ্ৰতাপী BJP ৰ কৰ্মীয়ে লাহৰিঘাট সমষ্টিৰ বিধায়ক...
01/01/2026

""লাহৰিঘাট সমষ্টিৰ বিধায়ক আছিফ নাজাৰৰ কংগ্ৰেছী কৰ্মীৰ অভাৱ"" এই তিনিজন মহাপ্ৰতাপী BJP ৰ কৰ্মীয়ে লাহৰিঘাট সমষ্টিৰ বিধায়ক আছিফৰ হৈ প্ৰচাৰ চলাই ।

Address

Morigaon

Website

Alerts

Be the first to know and let us send you an email when MfNews posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share