Axom News

Axom News এতিয়া সকলো সংবাদ সহজ, স্পষ্ট আৰু নিৰপেক্ষ ৰূপত কেৱল অসম নিউজত।

যিকোনো বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক।
9864716335 (WhatsApp)
(1)

12/08/2026

♦️লাহৰীঘাট আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মৃত্যু। আৰক্ষীৰ অৱহেলাৰ বাবেই মৃত্যুৰ অভিযোগ পৰিয়ালৰ।


12/08/2026

বিদ্যালয়ত পঢ়া-শুনাৰ পৰিৱৰ্তে এতিয়া চলিছে যেন ফেন ভঙা অভিযান! বিদ্যালয় এৰি থানালৈ গ'ল কচুৱাৰ আলিটাঙনি এম ই স্কুলৰ ছাত্ৰ-ছাত্ৰী।



11/08/2026

নগাঁও কঠীয়াতলীত ত্ৰিৰংগা যাত্রাত শতাধিক ৰাইজৰ অংশগ্ৰহণ। উঠি অহা নৱ প্ৰজন্মক দেশ প্ৰেমৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চৰকাৰী নিৰ্দেশ মানি এই ত্ৰিৰংগা যাত্ৰা আয়োজন কৰে।

11/08/2026

নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ উদ্যোগত বাল্যবিবাহ প্ৰতিৰোধ, নাৰী নিৰ্যাতন আৰু ড্ৰাগছ নিৰ্মূলৰ বিষয়ত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।

11/08/2026

I got over 11,000 reactions on my posts last week! Thanks everyone for your support! 🎉

10/08/2026

আজমলৰ প্ৰকৃত ধান্দা কি? শিৱসাগৰৰত আজি আজমলৰ ভৰিত ধৰিব লগা হ'ল? আমি ইমান বুৰ্বক আকৌ'। বদৰুদ্দিন আজমলক কটাক্ষ কৰি এই মন্তব্য সত্যৰঞ্জন বৰাৰ।

10/08/2026

নিজৰেই দুয়োখন গালত চৰ শোধালে সত্যৰঞ্জন বৰাই, কিন্তু কিয়?


10/08/2026

নগাঁৱৰ ৰহাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। সুলভ মূল্যত মচুৰ দাইল আৰু চেনি বিতৰণ আঁচনিৰ পুনৰাম্ভণি কৰে মূখ্যমন্ত্ৰীগৰাকীয়ে।

10/08/2026

ভৰি চুই সেৱা কৰাক লৈ বিতৰ্কৰ পিছতে মৌলানা বদৰুদ্দিন আজমলৰ প্ৰতিক্ৰিয়া।

10/08/2026

♦️‘ভৰি চুই সেৱা কৰাত বাধা দিছিলোঁ, ইছলামত ভৰি চোৱাত বাধা আছে’।

♦️বিন্নাকান্দিত বান পৰিস্থিতিৰ বুজ লওতে উজনিৰ বিতৰ্কক লৈ প্ৰতিক্ৰিয়া বদৰুদ্দিন আজমলৰ।


Address

Morigaon

Alerts

Be the first to know and let us send you an email when Axom News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share