09/08/2026
মৈৰাবাৰীত সংহতি দিৱস উপলক্ষে জুয়েলাৰী পতাকা উত্তোলন কৰে নিখিল অসম স্বৰ্ণ শিল্পী সমিতি, মৈৰাবাৰী আঞ্চলিক শাখাৰ সভাপতি কুতুব উদ্দিন মীৰে লগতে সংগ দিয়ে শাখাৰ বিষয় ববীয়া সকলে, সংহতি দিৱস উপলক্ষে মৈৰাবাৰী বজাৰত সকলো জুয়েলাৰী দোকান বন্ধ ৰাখে।*