AG LIVE 24×7

AG LIVE 24×7 Ag Live tv

06/08/2026

ভূৰাগাঁৱৰ কুপতিমাৰিত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন । ধৃত সৰবৰাহকাৰীটোৰ পৰা ড্ৰাগছ ভৰ্তি ১০ টা কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে।

06/08/2026

মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষীৰ জুৱাৰ বিৰুদ্ধে তীব্ৰ অভিযান । আৰক্ষীৰ ঘনিষ্ঠ বুলি নিজকে জাহিৰ কৰি ফুৰা আজিজুল হক নামৰ ব্যাক্তিজনেও গ্ৰেপ্তাৰ হোৱা ঘটনাই এতিয়া চৰ্চা লাভ কৰিছে।

06/08/2026
06/08/2026

হাইলাকান্দি জিলাৰ নাবালিকা ধৰ্ষণ-হত্যা গোচৰত আৰু দুজন গ্ৰেপ্তাৰ।ধীৰাজ দাস আৰু মনোজ দাস

এতিয়ালৈকে গ্ৰেপ্তাৰ মোট ৫ অভিযুক্ত।

04/08/2026

৩৪ নং বেটেলিয়নৰ কাটিমাৰীস্থিত চি.আৰ.পি.এফ. কেম্পত গুলা-গুলিৰ ঘটনা,নিহত তিনিজন চি.আৰ পি এফৰ জোৱান।আহত এজন

04/08/2026

মৈৰাবাৰীত প্লাষ্টিক সদৃশ কণী। সমগ্ৰ অঞ্চলটোতে তীব্ৰ চানঞ্চল্য

03/08/2026

কয়লা মাফিয়া বালি মাফিয়াৰ বাবে তিনিখন জিলা ধ্বংস হৈ গ'ল----অখিল গগৈ

03/08/2026

সোণাপুৰত পাইপ লাইন ফাটি জলমগ্ন 27 নং ৰাষ্ট্ৰীয় ঘাইপথ।

সোণাপুৰ স্থিত SSB সেনা ছাউনীৰ সন্মুখত ফাটে পানীৰ পাইপ লাইন।SSBএ নিৰ্মাণ কাম চলাই থকাৰ ফলত সংঘটিত এই ঘটনা।বাহন চলাচলত বিশেষ অসুবিধাৰ সৃষ্টি হয়।

01/08/2026

মৰিগাঁও আৰক্ষীৰ জালত ১২ টাকৈ ছাইবাৰ অপৰাধী।

বিধায়ক আছিফ ম: নাজাৰে বিধান সভাত চাইবাৰ অপৰাধৰ বিষয়টো উথাপন কৰাৰ পিছতে গা লৰিছে মৰিগাঁও আৰক্ষীৰ।

01/08/2026

পুত্ৰকন্যা,স্বামীক এৰি পৰকীয়া প্ৰেমিকৰে পলায়ণ জাহানাৰা বেগম।
দৰঙৰ শান্তিপুখুৰীৰ আৱজল আলিৰ পত্নী জাহানাৰা বেগম যোৱা ৬ জুলাইৰ পুৱতি নিশা নিজ স্বামী নথকাৰ সুযোগত স্বামীগৃহৰ পৰা নগদ ধন,মোবাইল,স্বামীৰ এটিএমৰে বেঙ্ক একাউণ্টৰ ধন,কাপোৰ-কাণি আৰু পুত্ৰকন্যাৰ পঢ়াৰ যাৱতীয় নথিপত্ৰলৈ পৰকীয়া প্ৰেমিকৰে পলায়ণ কৰে।এই অভিযোগ পুত্ৰকন্যা আৰু স্বামী আফজল আলিৰ।পৰিয়ালৰ অভিযোগ অনুসৰি স্বামী কৰ্মসুত্ৰে প্ৰায়েই বাহিৰত থাকিবলগীয়া হোৱাৰ সুবাদতেই বহুদিনৰ পৰাই অবাধে চলাই গৈছিল জাহিৰ ইকবাল ওৰফে পিকআপৰ সৈতে পৰকীয়া প্ৰেম। পিছে দিন বেয়া নিজ স্বামীয়ে ঘটনাৰ সবিশেষ জনাৰ পিছতেই স্বামীঘৰত নথকাৰ সুযোগতে অবৈধ প্ৰেমিকলৈ পলাই যায় জাহানাৰা বেগম। নিজপুত্ৰ কন্যাক এৰিথৈ যোৱা জাহানাৰা বেগমে অবৈধ প্ৰেমিকৰে লুটিলৈ গল নগদ ধন, কাপোৰকাণি, মোবাইল,পুত্ৰ-কন্যাৰ শিক্ষাৰ নথিপত্ৰ আৰু অনলাইনৰ পাৰ্চঅৰ্ড যাৰফলত বিপাঙত পৰিছে এতিয়া পুত্ৰ-কন্যা। ইতিমধ্য পুত্ৰকন্যা, নিজস্বামীয়ে ঘটনাৰ সৱিশেষ জনাই প্ৰথমে পাথৰিঘাট উপ আৰক্ষী চকীত এজাহাৰ দাখিল কৰি কোনো সমাধান নোপোৱাত দৰং জিলা আৰক্ষী অধীক্ষকৰ কাষ চাপে। আনহাতে পৰকীয়া প্ৰেমিকৰে পলায়ণ কৰা জাহানাৰা বেগমে চুৰিকৰি লৈযোৱা নগদ তথা এটিএমৰ জৰিয়তে উলিওৱা সমুদায়ধন আৰু যাৱতীয় নথিপত্ৰসমূহ ঘুৰাই পোৱাৰ লগতে অৱৈধ প্ৰেমিকৰে পলাই যোৱা সম্পৰ্কত এক ন্যায়প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসণ তথা মুখ্যমন্ত্ৰী মহোদয়ক কাতৰ অনুৰোধ জনায় পুত্ৰকন্যাৰ লগতে স্বামী আৱজল আলিয়ে।

Address

L. G
Morigaon

Telephone

+917002347932

Website

Alerts

Be the first to know and let us send you an email when AG LIVE 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AG LIVE 24×7:

Shortcuts

Share