Monjul Deka

Monjul Deka কিছু পৃথক....

25/11/2024

কাঠনি তৰাবড়ি ৰাস উদযাপন সমিতিয়ে আয়োজন কৰা ৰাস মহোৎসৱৰ দ্বিতীয় নিশা কাৰ্যসূচীত অংশগ্ৰহণ কৰো । কাঠনি মোৰ জন্মস্থান, নিজৰেই জন্মস্থানত গাওঁবাসীয়ে আয়োজন কৰা ৰাস মহোৎসৱত উপস্থিত থাকিবলৈ পাই অতিকৈ আনন্দিত হৈছোঁ । এই অনুষ্ঠানত মোক জনোৱা সন্মানৰ বাবে মই গাওঁবাসীৰ ওচৰত চিৰদিন ঋণী হৈ ৰ'ম,লগতে উদযাপন সমিতিৰ সকলো বিষয়ববীয়া আৰু সদস্যক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

দেওবাৰ... এটা ভাল লগা দিন
20/10/2024

দেওবাৰ... এটা ভাল লগা দিন

12/09/2024

সকলো দাদা বাইদেউ,বন্ধু-বান্ধৱী,ভাইটি-ভন্টিক মোৰ এই ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ।

Address

MORIGAON
Morigaon
782105

Alerts

Be the first to know and let us send you an email when Monjul Deka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share