Trend Now Just

Trend Now Just আপোনালোকৰ প্ৰতিভাসমূহ Axom Music পেজত বিনামূলীয়াকৈ প্ৰচাৰ কৰিব পাৰিব
9707517029

10/06/2026

Cute Girl Voice ♥️

08/06/2026

আইতা জুই 💥💥💥

03/06/2026

19/04/2026

জুবিন দাৰ পৱিত্ৰ স্থানত কিহৰ অভদ্ৰামি এইবোৰ,,,,,কোন হয় আৰু কিহৰ বাবে এইবোৰ কৰিছে.? পুলিচ প্ৰশাসনে এইবোৰ নেদেখে নিকি.?

09/01/2026

ফেচবুকত Justice লিখিলেই জুবিন গাৰ্গে ন্যায় নাপায়। অভিযুক্তৰ হৈ যুঁজিবলৈ বাহিৰা মানুহ অসমলৈ আহিবলৈ অহাৰ সাহ কেনেকৈ পালে? আমাক ফাষ্টট্ৰেক নালাগে, বিশেষ আদালত দিয়ক। জুবিনৰ ন্যায় বিচাৰি পাৰ্থ গোস্বামীৰ বিস্ফোৰক মন্তব্য।

02/12/2025

📌ৰাইজৰ মূৰত মাধমাৰ। নিশাটোৰ ভিতৰতে প্ৰতি প্লেটত ৪০ টকাকৈ বৃদ্ধি কণীৰ দাম। পূৰ্বৰ ১৯০ টকা প্লেটত ঠাইত এতিয়া দাম হল ২৩০ টকা। হঠাতে দাম বৃদ্ধিত বজাৰলৈ গৈ বিপদত পৰিছে গ্ৰাহক। কি কাৰণত বৃদ্ধি হল কণীৰ দাম? সবিশেষ...


26/11/2025

📌ছিংগাপুৰত জুবিন গাৰ্গক কোনে হত্যা কৰিছিল? জুবিন গাৰ্গক হত্যা কৰাসকলৰ কি শাস্তি হ'ব? সদনত বিস্ফোৰক বিবৃতি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।


30/10/2025

Proud of Assam

15/10/2025

কালভাৰ্টৰ তলত আশ্ৰয় ল’বলগীয়া হৈছে আৰক্ষীয়ে। বাক্সাত আৰক্ষীকো টাৰ্গেট কৰি ল’লে উত্তেজিত লোকে। জিলা কাৰাগাৰৰ বাহিৰত অধিক উত্তপ্ত পৰিস্থিতি।

22/08/2025

How কি এ....কইনা পলাইছা
তই হে বিয়া পাতিছিলি চোন আৰু বিয়া পাতিবি
এক বাৰতে মন ভৰা নাই
😁😁😁😁

Address

Morigaon

Alerts

Be the first to know and let us send you an email when Trend Now Just posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share