Boby Saikia

Boby Saikia Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Boby Saikia, Video Creator, Morigaon.

মোৰ উশাহ মোৰ পৃথিৱী মোৰ মা ❤️🫂দেউতা যাৰ জ্যোতিয়ে জিলিকে মোৰ অনুভৱৰ টুকুৰা।
🔴মোৰ Profile টোত আহিছাই যদি page টো follow কৰিবা🙏
🔴Vice President College union 2023-24(AASU)
🔴 Guwahati University
দিহানাম আৰু আখ্যানৰ বাবে 6000819114 যোগাযোগ কৰিব🙏

🙏
22/09/2025

🙏

22/09/2025
21/09/2025
Moi kora First News 🙏
02/08/2025

Moi kora First News 🙏

18/07/2025

24/06/2025

জীয়াই থাকিবলৈ জীৱীকা আশীৰ্বাদ কৰিব🙏❤️
04/06/2025

জীয়াই থাকিবলৈ জীৱীকা আশীৰ্বাদ কৰিব🙏❤️

14/04/2025

গৰু বিহুৰ শুভেচ্ছাঁ জনালোঁ❤️❤️❤️❤️

06/04/2025

দুপৰীয়া দোকানৰ পৰা ১০ টকাত পানী বটল এটা কিনিলোঁ প্ৰথমবাৰৰ বাবে সুখী হৈছিলোঁ ১০ টকাত ৭৫০মিলিলিটাৰ পানী পাই। পানী খোৱাৰ প...
02/04/2025

দুপৰীয়া দোকানৰ পৰা ১০ টকাত পানী বটল এটা কিনিলোঁ প্ৰথমবাৰৰ বাবে সুখী হৈছিলোঁ ১০ টকাত ৭৫০মিলিলিটাৰ পানী পাই। পানী খোৱাৰ পাছত বটলটো ডাষ্টবিনত পেলাই দিওঁতে হঠাৎ লক্ষ্য কৰিলোঁ বটল টো বিজ্ঞাপনৰ কভাৰটোৰ নাম নামটো ঠিকেই যেন লাগিছিল যদিও বটলটো আৱৰণখনে মোক অলপ আচহুৱা অনুভৱ কৰাইছিল।
মই ভাবো কোম্পানীয়ে বটলৰ বিজ্ঞাপনৰ কভাৰ সলনি কৰিলে ভাল আছিল কাৰণ বটলটো পানী খোৱাৰ পিছত যতে তাতে দলিয়াই পেলোৱা হ’ব আৰু আমাৰ ত্ৰিৰংগাক অপমান কৰা হ’ব। এই কথা কোনো ধৰণে গ্রহণযোগ্য নহয় । আপোনা মতামত শ্বেয়াৰ কৰিব। মানহ কিছুমানে ক'ব যে অকল Independence লিখা আছে পেলাই দিলে কি হয়। তেনেহলে মোক এটা কথা কওক আপোনালোকৰ কাৰণে যদি একোৱেই নহয় তেনেহলে গোটেই ভাৰততে "15 August" তাৰিখে মানুহবোৰে " Independence Day " পালন নকৰে নেকি! নাথাকিব পাৰে পতাকাৰ ছবি তাতে সেই বুলি আমি আমাৰ স্বাধীনতাক য'ত -ত'ত পেলাই দিম নেকি?

26/03/2025

বিহু বলিয়া ছোৱালী জনি ❤️❤️❤️

ৰিতু কলিতা বিষয়টোৰ উপৰত আপোনালোকে কি কমেণ্ট কৰিব?? মোৰ মতে ৰিতু কলিতাই শিল্পী সমাজক কৰা ব্যৱহাৰ আমি মানি নলওঁ।ভূল কৰিলে ...
21/03/2025

ৰিতু কলিতা বিষয়টোৰ উপৰত আপোনালোকে কি কমেণ্ট কৰিব?? মোৰ মতে ৰিতু কলিতাই শিল্পী সমাজক কৰা ব্যৱহাৰ আমি মানি নলওঁ।ভূল কৰিলে পৰিনাম ভুগিব লাগিব। কিন্ত ৰিতু কলিতাৰ সকলো কথা ভুল বুলি কব নোৱাৰি। কিছুমান সঁচা কথা কৈছে আৰু যি সকলে মাননি তালিকা মিছাকৈ উলিয়াইছে তাৰ ওপৰত ৰিতু কলিতাই কোৱাৰ আগত মাত মাতিব লাগিছিল।আৰু এটা কথা কথা বোৰ তিতা কিন্ত মিছা নহয়। নাম নলওঁ কিছুমান গান আছে দিলে ডাঙ সাব এনেধৰণৰ গান গোৱা বোৰ জানো কণ্ঠ শিল্পী হ'ব পাৰে । যদি পাৰেই অসম ৰসাতলে গ'ল । কণ্ঠ শিল্পী সকলৰ কথা এৰিলোঁ।অসমত এনেকুৱা কিছুমান সঁচা কথাত ৰিতু কলিতাই মাত মাতি আহিছে।বহলাই নাথাকোঁ বুজাই বুজিছে।

Address

Morigaon

Website

Alerts

Be the first to know and let us send you an email when Boby Saikia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category