Mr. Abhi

Mr. Abhi Assamese Vlogs ,Motivational,inspirational video sharing platform ✅ Keep Supporting ❤️🙏

21/07/2025

মালামাল Boys এখন ফটোৱা অসমীয়া চিনেমা । মানুহৰ সময়ৰ মূল্য থাকে গতিকে ফটোৱামীৰ সীমা ৰখা উচিত । বাকীখিনি video টো চাওঁক বুজি পাব । গালি দিলে দিয়ক একো নাই কিন্তু কথা খিনি সঁচা ।

13/07/2025

যদি আপুনিও নিবনুৱা কামৰ সন্ধান আপুনিও কৰি আছে তেনেহলে এই Video টো আপোনাৰ বাবে 🙏 মাহেকৈ উপাৰ্জন কৰক ৪০,০০০ পৰা ৫০,০০০ টকা

10/07/2025

অসমীয়া চলচ্চিত্ৰৰ Shooting কৰা এখন নিভাঁজ গাঁৱলীয়া ঘৰ । এই ঘৰ খনতে কৰা হৈছিল বহুতো অসমীয়া চলচ্চিত্ৰৰ Shooting | ১৯৩২ চনৰ পৰাই আছে এই ঘৰ খন এনেকৈ নাই কোনো Modernisation নাই কোনো বেলেগ ৰূপ

06/07/2025

এটা এনেকুৱা আচৰিত পাহাৰ যত আছে ৯৯,৯৯৯ টা শিৱ লিংগ । যত কৰিছিল মা লক্ষ্মীয়ে যজ্ঞ । Video টো শেষলৈকে চাৱ এই পাহাৰটো অসমতে অৱস্থিত

28/06/2025

ভগৱান শ্রী কৃষ্ণৰ কলিজা কঢ়িওঁৱা এখন ৰথ যাৰ বিষয়ে শুনিলে আপুনিও হ'ব আচৰিত

আজিলৈকে বহুতো মথ মন্দিৰৰ Video বনাইছো কিন্তু Foreign Vacation যোৱা জাগ্ৰত ভগৱান প্ৰথম দেখিছো । আপোনাৰ মহিমা অপাৰ । আপোন...
25/06/2025

আজিলৈকে বহুতো মথ মন্দিৰৰ Video বনাইছো কিন্তু Foreign Vacation যোৱা জাগ্ৰত ভগৱান প্ৰথম দেখিছো । আপোনাৰ মহিমা অপাৰ । আপোনাক লগ পোৱাৰ আশা ৰাখিলো 🙏 কৃষ্ণ

Photo খন Share কৰিব নহলে আপোনাৰ বিপদ অনিবাৰ্য 🙃

20/06/2025

এখন এনেকুৱা জয়াল থান যত মুছলমান সকলে কৰে পূজা । লগতে ইয়াৰ আগৰে মাছ , মাংস যদি লৈ যায় তেতিয়া আপোনাৰ হব পাৰে বিপদ হয়তো বিপদ মানে মৃত্যু পৰ্যন্ত হোৱা ইয়াত প্ৰমাণ আছে । Video টো শেষলৈকে চাব 🙏

India’s Biggest and Most Trusted Exchange Platform!!jeetwin

🔥”“JeetWin - Kyunki yahaan, har spin mein jeet hai! 🎲🔥”

19/06/2025

লেপটপ কিনিম বুলি ভাবিছে নেকি ? মাত্ৰ 5500 টকাত Video টো শেষলৈকে চাওঁক আৰু কমেণ্টত Link আছে যোগাযোগ কৰিব পাৰে 🙏

15/06/2025

এখন এনেকুৱা জয়াল থান যাৰ নাম শুনিলেও বুকু কপি উঠে । এই থানখনত মহিলাৰ প্ৰৱেশ নিষেধ । সকলো এই Video টোত শেষলৈকে চাৱ 🙏

14/06/2025

পিয়াজ ৯ টকা kg আলু ১৫ টকা kg বোলে বাকী কাপোৰ কানিটো আছেই এখন মৰিগাঁওৰ আচৰিত বজাৰ । Video টো শেষলৈকে চাব সকলো বুজিব ।

13/06/2025

১০ দিনত আপোনাৰ সপোন পুৰা কৰক । সবিশেষ জানিবলৈ Video টো সম্পূৰ্ণ চাওক 🙏

11/06/2025

বান্দৰদোৱা ৰজাৰ একো একোটা জীৱন্ত শিল যি বছৰে বছৰে বাঢ়ি যায় । ইয়াক স্থাপন কৰিছিল ১০ ১২ ফুট উচ্চতাৰ একো একোজন বিশাল মানুহে । আচৰিত নহয় নে ? আহক আজি পুৰনি সভ্যতালৈ উভতি যাওঁ । Video টো শেষলৈকে চাব 🙏

Address


Alerts

Be the first to know and let us send you an email when Mr. Abhi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Mr. Abhi:

Shortcuts

  • Address
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share