07/10/2025
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া
আপোনাৰ চৰকাৰে আজি 20 তা দিনে কি কৰিলে , সমগ্ৰ অসমৰ ৰাইজে দেখি আছে ।
এতিয়া দেখিবলৈ পাইছোঁ , CID office ত , সিদ্ধাৰ্থ শৰ্মা, আৰু শীয়ামকানো মহন্ত, সেই মহাপাপি কীতাক আপুনি কিয় ইমান সুৰক্ষা দি আছে , হোটেলৰ সানা, খাবলৈ পাই আছে , নতুন নতুন কাপোৰ পিন্ধিবলৈ পাই আছে ,
আজি আকৌ দেখিলোঁ এটা কাহিনী , সেই সিদ্ধাৰ্থ কুকুৰ টো বোলে , perfium দৰকাৰ হৈছে,
আপুনি কি কব বিছাৰে, ডাঙৰীয়া
সেই কিটাক আজি 20 দিন হল sit ভিতৰত থকা
কিয় একো ন্যায় দিব পৰা নাই ।
আপোনাৰ কথা বোৰ , লৰ, চৰ হৈছে ডাঙৰীয়া
আপুনি কৈ আছে সদায় , জুবিন গাৰ্গ এ ন্যায় পাব, মই অসমৰ জনতাক ন্যায় দিম , সদায় আপুনি কৈ জুবিন আমাৰ সম্পদ আছিল, জুবিন আমাৰ হিয়াৰ আমঠো,
কিন্তু এতিয়া আপুনি কি কৰি আছে , কোনোবা gril friend কৰবাত গৈছে ,আছে ,
সেই বোৰ চাবলৈ আপোনাক আমি মুখ্যমন্ত্ৰী পতা নাছিলোঁ নহৈ
কথাবোৰ ৰাজনীতি লৈ গৈ আছে ।
যত লাগিব লাগে তাত লগা নাই
নেলাগা জেঙত লাগি আছে