helping Blog Danger Bappi

helping Blog Danger Bappi Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from helping Blog Danger Bappi, Digital creator, Morigaon.
(1)

21/04/2026
20/04/2026

I miss you Zubeen Garg Dada

মই কেতিয়াও পাহৰিব নোৱাৰিম দাদা আপোনাক, মই আপোনাৰ নামত সদাই দুখীয়াক সহায় কৰিম, 😭😭😭😭😭😭😭😭😭😭😭😭😭😭 Jay Zubeen da

17/04/2026

Good morning my Facebook friend,

এই পৰিয়াল টো গোটেই দিন একো খোৱা নাছিল, কাৰণ ঘৰত একো ৰেচন নাছিল, দিন হাজিৰা কৰা মানু্হ, পিছত এই খবৰ টো মুৰ কাণত আহিল, তাৰ পিছত মই দৌৰি গৈ এই পৰিয়াল টোক অলপ সহায় কৰিলোঁ, আৰু ৰেচনৰ ব্যৱস্থা কৰাই দিলোঁ, বন্ধু বান্ধবী সকল মই যিমান দিন এই পৃথিৱীত জিয়াই থাকিম তেতিয়া লৈকে এই পৰিয়াল টোক সহায় কৰি থাকিম,

16/04/2026

মই যিমান দিন লৈ এই পৃথিৱীত জীয়াই থাকিম তেতিয়া লৈকে এনে কোৱা দুখীয়া মানুহক সহায় কৰিম, লাগিলে মুৰ কিডনী বেছি দুখীয়াক সহায় কৰিম

Address

Morigaon
782127

Website

Alerts

Be the first to know and let us send you an email when helping Blog Danger Bappi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share