Binesh Patir

Binesh Patir MISING RÉNGAM LÉRÉKPÉ

22/07/2024
20/07/2024

TMPK MMK TMMK ৰ দীৰ্ঘদিনীয়া আন্দোলনৰ ফলস্বৰূপে মিচিং স্বায়ত্ত শাসিত পৰিষদক সাংবিধানিক মৰ্যদা প্ৰদান আৰু মিৰি ৰ পৰিৱৰ্তে মিচিং নামাকৰণ কৰি জনজাতিৰ স্বীকৃতি প্ৰদান কৰাৰ উদ্দেশ্যে মাননীয় ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ আমন্ত্ৰণ মৰ্মে কেন্দ্ৰীয় চৰকাৰৰ লগত পোনপ্ৰথমবাৰৰ বাবে আলোচনাৰ উদ্দেশ্যে নতুন দিল্লীলৈ ৰাওনা হোৱা TMPK MMK TMMK ৰ সজাঁতি দলটিলৈ সংগ্ৰামী শুভেচ্ছা জ্ঞাপন কৰিলো । আমাৰ দীৰ্ঘ দিনীয়া দাবীসমূহ সন্মান জনাই অসম চৰকাৰৰ কেবিনেটৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰি কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাৰ বাট মুকলি কৰি দিয়াৰ বাবে অসম চৰকাৰৰ মাননীয় মুখ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসম চৰকাৰৰ জনজাতি ও অন্যান্য পিছ পৰা শ্ৰেণী উন্নয়ন বিভাগ তথা শিক্ষা মন্ত্ৰী ডা৹ ৰণোজ পেগু ডাঙৰীয়া তথা অসম কেবিনেটৰ সমূহ মন্ত্ৰীবৰ্গলৈ ধন্যবাদ জ্ঞাপন কৰিছো।
Himanta Biswa Sarma
Ranoj Pegu
Bhubon Pegu

09/06/2024

I have reached 500 followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉

17/02/2024

9th MISING YOUTH FESTIVAL Organized by Takam Mising Porin Kébang (TMPK) on 4,5,6 &7th February 2024 at Kareng Chapori, Bagibeel, Silapathar, Dhemaji, Assam.

9th MISING YOUTH FESTIVAL 2024 at Kareng Chapori, Bagibeel, Silapathar, Dhemaji,  Assam.
12/02/2024

9th MISING YOUTH FESTIVAL 2024 at Kareng Chapori, Bagibeel, Silapathar, Dhemaji, Assam.

উপজা দিনৰ অলেখ শুভ কামনা ৰণোজ দা । Ranoj Pegu
12/02/2024

উপজা দিনৰ অলেখ শুভ কামনা ৰণোজ দা ।
Ranoj Pegu

16/11/2023
মিচিং স্বায়ত্ত শাসিত পৰিষদ 2 নং মূৰ্কংচেলেক পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কেমি জেলম পঞ্চায়ত ভিত্তিত অনুষ্ঠিত পৰিষদীয় গাওঁ...
16/11/2023

মিচিং স্বায়ত্ত শাসিত পৰিষদ 2 নং মূৰ্কংচেলেক পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কেমি জেলম পঞ্চায়ত ভিত্তিত অনুষ্ঠিত পৰিষদীয় গাওঁ সভাত উপস্থিত থাকি ৰাইজৰ মাজত বিভিন্ন উন্নয়ন মূলক আচঁনি ৰূপায়ন, জীৱন জীৱিকা সন্দৰ্ভত আলোচনা কৰো।

04/11/2023

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাপ্ত ২ নং মূৰ্কংচেলেক পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কেমি জেলম গাওঁ পঞ্চায়তৰ কেমি গাৱঁৰ নিবাসী মহিৰাম পাইতৰ অৰুণাচল প্ৰদেশৰ অয়ান চাৰিআলিত অৱস্থিত চেলুনত আজি প্ৰথমবাৰৰ বাবে চুলি ডাঢ়ি খুড়াই আপ্লুত হ'লো । সচাকৈয়ে মহিৰাম পাইতৰ দৰে এগৰাকী মিচিং যুৱকৰ কৰ্মদক্ষতা দেখি নিজকে গৌৰৱ অনুভৱ কৰিলো। চৰকাৰী চাকৰি নহলেও জীৱিকাৰ পথ দেখুওৱা MACৰ এই মহান পদক্ষেপ সচাঁই প্ৰশংসনীয় ।
Ranoj Pegu
Paramananada Chayengia
Bhubon Pegu
Naresh Kumbang

05/09/2023

আজিৰ পবিত্ৰ শিক্ষক দিৱসৰ ক্ষণত পৰম পূজণীয় সকলো শিক্ষাগুৰুলৈ অলেক শ্ৰদ্ধা নিবেদিছোঁ 🙏।সমাজ গঠনত শিক্ষাগুৰুৰ অৱদান অতুলনীয় ।
Takam Mising Porin Kébang - TMPK All Mising Students' Union

দুৰ্দশাগ্ৰস্ত ৰাইজৰ কাষত সদায় TMPK. TMPK Írroi !Mising Réngam Írroi !
29/08/2023

দুৰ্দশাগ্ৰস্ত ৰাইজৰ কাষত সদায় TMPK.
TMPK Írroi !
Mising Réngam Írroi !

আগম মিগাং টাবুৰাম টাইদ দেৱৰ জন্ম বাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো ।
01/08/2023

আগম মিগাং টাবুৰাম টাইদ দেৱৰ জন্ম বাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো ।

Address

Jonai
Murkong Selek

Telephone

+919101438475

Website

Alerts

Be the first to know and let us send you an email when Binesh Patir posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Binesh Patir:

Share