Jonai Janakantha

  • Home
  • Jonai Janakantha

Jonai Janakantha নিৰ্ভীক জনতাৰ কণ্ঠ *জোনাই জনকণ্ঠ*

29/12/2025

জুবিন ক্ষেত্ৰলৈ জোনাই ই-ৰিক্সা সন্থাৰ যাত্ৰা

28/12/2025

# # আজি আবেলি জোনাই বাজাৰত এখন বাইক আৰু স্কুটীৰ মাজত মু*খামু*খি সং*ঘৰ্ষৰ ফলত সংঘটিত হয় এক পথ দুৰ্ঘ*টনা৷

# # মুখামুখি সংঘ*ৰ্ষত গুৰু*তৰ*ভাৱে আ*হত স্কুটি আৰোহী গৰাকী জোনাই উদয়পুৰৰ মাবিয়া খাটুন আৰু বাইক আৰোহী মূৰকংচেলেক ৰেলৱে ষ্টেচন নগঞা কেম্পৰ আকাশ ৰহমান বুলি জানিব পৰা গৈছে # #

28/12/2025

সোঁতি পৰিবৰ্তনৰ ফলত শুকাই গৈছে ঐৰামঘাট- জামপানীৰ সমীপতে বৈ যোৱা চিয়াং নৈৰ পানী

27/12/2025

# # জনপ্ৰিয় কণ্ঠশিল্পী কালিং নিঃতমৰ কণ্ঠত ২৯ ডিচেম্বৰত মুক্তি পাব “Giter Giter Gilaboi” নামৰ এটি ভিডিঅ এলবাম৷

# # অভিনয় কৰিছে জুনমনি নৰহ, ৰমেও ৰঞ্জন, অনন্ত দলে আৰু আমিশা দলেয়ে৷

To all concerned tomorrow main line will be under shutdown from 6.00 to 12.00hrs . Regards APDCL Jonai
27/12/2025

To all concerned tomorrow main line will be under shutdown from 6.00 to 12.00hrs . Regards APDCL Jonai

27/12/2025

জোনাইৰ বেৰাঘাটত তৃতীয় সংখ্যক পবা বৰ্ষাৰণ্য মহোৎসৱ উদযাপন সন্দৰ্ভত উদযাপন সমিতিৰ সংবাদ মেল

27/12/2025

# # # মাটিৰ দা*লাল হুচি*য়াৰ, বেখলকাৰীক শা*স্তি দিয়ক আদি শ্লোগানেৰে উ*ত্তপ্ত চিচিবৰগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় #

26/12/2025

# # কৃষি কৰ্মৰ জৰিয়তে যে স্ব-নিৰ্ভৰশীল হোৱাৰ লগতে আন দহজনকো যে কৰ্মসংস্থাপন দিব পাৰে ইয়াৰ সুন্দৰ দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে জোনাইৰ ঐৰামঘাটৰ আদৰ্শ যুৱ খেতিয়ক হেমন্ত টায়ে #

25/12/2025

# # # অসম চৰকাৰৰ ভুমি সংৰক্ষণ বিভাগ,চিলাপথাৰ সংমণ্ডলৰ অধীনত ২০২৩-২৪ বৰ্ষৰ SDMF ৰ অধীনত প্ৰায় ২ কোটি ২৪ লাখ টকাৰ ব্যয় সাপেক্ষে পুনৰ নাহৰ নলা খনন #

25/12/2025

# # জটিল ৰোগত আক্ৰান্ত জোনাইৰ বিশিষ্ট সংগীত শিক্ষক তথা বাদ‍্যশিল্পী অজয় ফুকন৷

# # আৰ্থিক সাহায‍্যৰ বাবে মিচিং আৰ্টিষ্ট এচোছিয়েচন,জোনাই বাদ‍্যশিল্পীসকলৰ উদ‍্যোগত ২৮ ডিচেম্বৰত অনুষ্ঠিত কৰা হ’ব ৰ’ড শ্ব৷

# # ইচ্ছুক সদাশয় ৰাইজে অজয় ফুকনৰ জোনাই শাখাত থকা বেংক একাউণ্ট নং 33123452411, IFSC-SBIN0005557
ত সাহায‍্য প্ৰদান কৰিবলৈ আহ্বান।
যোগাযোগঃ 8876658116.

25/12/2025

বিধায়ক ভুৱন পেগুৰ বলিষ্ঠ পদক্ষেপৰ ফলত
১০৪ দিনৰ অন্তত ঘূৰাই পালেগৈ চু*ৰি হোৱা ১৭ টাকৈ গো-ধন

25/12/2025

জোনাই ই-ৰিক্সা সন্থাৰ স্থায়ী কাৰ্য্যালয় শুভ উদ্বোধন বিধায়ক ভূৱন পেগুৰ

Address


Telephone

+917005379675

Website

Alerts

Be the first to know and let us send you an email when Jonai Janakantha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Jonai Janakantha:

  • Want your business to be the top-listed Media Company?

Share