17/01/2026
অসমীয়া কলা-সংস্কৃতিৰ মহীৰূহ, আধুনিক অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ কাণ্ডাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজি পবিত্ৰ স্মৃতি দিৱস তথা শিল্পী দিৱস।
অসমীয়া সাহিত্যৰ প্ৰতিটো দিশ যেনে— কবিতা, নাটক, গীত, শিশু-সাহিত্য আৰু সমালোচনাৰ লগতে প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা হিচাপে তেওঁ আমাৰ জাতীয় জীৱনক যি অনন্য মাত্ৰা প্ৰদান কৰি থৈ গৈছে, তাৰ বাবে আমি তেওঁৰ ওচৰত চিৰঋণী।