Assam Vision

Assam Vision শুদ্ধ খবৰ,প্ৰকৃত খবৰ

04/04/2026

ডি ভোটাৰ,ডিটেন্সন চেন্টাৰ সন্দৰ্ভত এজন এ আই ইউ ডি এফ সমৰ্থকৰ মুকলি চেলেঞ্জ নুৰুল হুদাক।

04/04/2026

📌নুৰুল হুদা চাউল চোৰ,তেওঁ এজন অষ্টম শ্ৰেণী উত্তীৰ্ণ অৰ্ধশিক্ষিত ব্যক্তি।
📌 আছাদ উদ্দিন ওৱেইছিক সমালোচনা কৰাৰ অধিকাৰ নাই নুৰুল হুদাৰ।
📌এ আই ইউ ডি এফ সমৰ্থকে উভতি ধৰিলে নুৰুল হুদাক।

04/04/2026

📌সংগ্ৰামী নেতা মোচাব্বিৰ আলী আহমেদৰ উদাত্ত ভাষণ।
📌নুৰুল হুদাক সমালোচনাৰে থকা সৰকা মোচাব্বিৰ আলী আহমেদে।

03/04/2026

📌নুৰুল হুদাৰ বাবেই আজি অসমত বিজেপিৰ চৰকাৰ
📌 ২০১৫ চনত নুৰুল হুদা নগাঁও জিলা পৰিষদৰ সভাপতি হৈ থাকোঁতে ব্যাপক দূৰ্নীতি কৰিছিল নুৰুল হুদাই।
📌অসম বিধানসভাৰ পাব্লিক একাউণ্টছ কমিটি নগাঁও চাৰ্কিট হাউচলৈ অহাত সেই কমিটিৰ সদস্য বৰ্তমানৰ মন্ত্ৰী প্ৰশান্ত ফুকনক নুৰুল হুদাই শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল।
সেই আক্ৰমণৰ বাবেই উজনিৰ হিন্দু মানুহে কংগ্ৰেছ ত্যাগ কৰিছিল যাৰ বাবে অসমত বিজেপিৰ চৰকাৰ আহিল।

03/04/2026

বেৰিষ্টাৰ আছাদ উদ্দিন ওৱেইছিক সমালোচনা কৰাকলৈ বিধায়ক নুৰুল হুদাক মুৰ্খ আখ্যা আমিনুল ইছলামৰ।

02/04/2026

মুছলিম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক শ্বাহিদুল ইছলামৰ ৰূপহীহাট সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ উদাত্ত ভাষণ

01/04/2026
16/03/2026

ৰূপহী হাট সমষ্টিৰ হাতীপাৰাত ২ শতাধিক কংগ্ৰেছ কৰ্মীৰ বিধায়ক আমিনুল ইছলামৰ প্ৰতি আকৃষ্ট হৈ এ আই ইউ ডি এফ দলত যোগদান কৰে

10/03/2026

বিধায়ক নুৰুল হুদাই বলপূৰ্বকভাৱে দূখীয়া ৰাইজৰ গৰু, ছাগলী, হাহ মূৰ্গী,খেতিৰ ধান,দমকল,ঘৰৰ ইটা ,ঘৰৰ টিনপাত খুলি লুটপাত চলোৱাৰ অভিযোগ এগৰাকী মহিলাৰ।

09/03/2026

📌কংগ্ৰেছ দলটো বৰ্তমান বিজেপিক বিধায়ক চাপ্লাই দিয়া দললৈ পৰিণত হৈছে।
📌ৰাজীৱ ভৱনৰ পৰা বাজপেয়ী ভৱনলৈ ওৰনীয়া সেতু নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তা হৈ পৰিছে :: বিধায়ক আমিনুল ইছলাম

07/03/2026

📌বিধায়ক নুৰুল হুদাৰ ঘনিষ্ঠ কংগ্ৰেছ নেতা নুৰ নবী আজাদ সদাগৰে এগৰাকী যুৱতীক শ্লীলতাহানিৰ অভিযোগ ভূক্তভোগী যুৱতী গৰাকীৰ।
📌দালালৰ হতুৱাই ভাবুকি দিয়াৰো অভিযোগ যুৱতী গৰাকীৰ।শুনক যুৱতী গৰাকীৰ মুখৰ ভাষ্য।

Address

Nagaon

Telephone

+916000521350

Website

Alerts

Be the first to know and let us send you an email when Assam Vision posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam Vision:

Share