The Current News

The Current News Media & Entertainment
(1)

30/10/2025

নগাঁৱত দিন দুপৰতে চুৰিকাণ্ড ৷

30/10/2025

নগাঁৱত ৰাসৰ ব্যাপক প্ৰস্তুতি, নগাঁৱৰ বঢ়মপুৰ কেন্দ্ৰীয় ৰাস মহোৎসৱে এইবাৰ ভৰি দিছে ২০ বছৰত । শ্ৰী কৃষ্ণৰ ৰাসলীলা লৈ মাজত মাথোঁ কেইটামান দিন বাকী থকাৰ সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া চলিছে ৰাসৰ ব্যাপক প্ৰস্তুতি ।

30/10/2025

বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ আকস্মিক পৰিদর্শন । চিকিৎসালয়ত চিকিৎসকৰ ৰোগীৰ হাহাকাৰ অৱস্থা প্ৰত্যক্ষ কৰি খঙত অগ্নিশৰ্মা জিলা আয়ুক্ত দেৱাশীষ শৰ্মা।
অকৰ্তৃত্বশীলভাৱে চিকিৎসকৰ অনুপস্থিতিত ক্ষুণ্ণ জিলা আয়ুক্ত । চিকিৎসকৰ অভাৱত ব্যক্তিগত নাৰ্ছিং হোমলৈ যাবলগীয়া হৈছে ৰোগী । এনে অপৰিস্থিতিৰো সাক্ষী হ'ল খোদ জিলা আয়ুক্ত। চিকিৎসক, চিকিৎসা কৰ্মীৰ বিৰুদ্ধে জিলা যুটীয়া স্বাস্থ্য সঞ্চালকক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ ।

29/10/2025

সদৌ অসম সত্ৰ মহাসভাৰ সেতুবন্ধন সমাৰোহত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা ৷

29/10/2025

নগাঁও জিলাত নিখিল বড়ো ছাত্ৰ পৰিষদে আজিৰ দিনটোত এক বৃহৎ সমদল ৰূপায়ন কৰে ৷

29/10/2025

হিয়াৰ আমঠু জুবিন গাৰ্গৰ চিতা ভষ্ম ব্ৰক্ষ্মপুত্ৰত বিসৰ্জন দিলে পত্নী গৰীমা গাৰ্গ সহ পৰিয়াল বৰ্গই ।

29/10/2025

শিলঘাটত এটা গঁড়ৰ মৃত্যু । শিলঘাটৰ কামাখ্যা মন্দিৰৰ নামনিত মৃত্যু গঁড়টোৰ। বাঘৰ আক্ৰমনত গঁড়টো মৃত্যু হোৱাৰ সন্দেহ। ঘটনাস্থলীত শিলঘাট বন বিভাগৰ লোক উপস্থিত। অৱশ্যে চিকিৎসক অহাৰ পিছতহে মৰণোত্তৰ পৰীক্ষাৰ অন্তত গম পোৱা যাব গঁড়টোৰ মৃত্যুৰ প্ৰকৃত কাৰণ ।

28/10/2025

অহা ২ নৱেম্বৰত মাহেৰীপাৰ এডভাঞ্চ একাডেমী জুনিয়ৰ কলেজৰ নৱাগত আদৰণি সভা আহি আছে অংকিতা সাহা।

28/10/2025

ৰূপহী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ (G S) সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী পাৰভিছ মুকতিয়াৰৰ বিশাল ৰেলী।

28/10/2025

ধুবুৰীত চৰকাৰী মাটি কিনা-বিক্ৰীক লৈ ৰাইজৰ মাজত তীব্ৰ উত্তেজনা ।

28/10/2025

নগাঁও ডি. বি. এম. হস্পিতালৰ তৃতীয় বৰ্ষপূতি উৎযাপন ৷

28/10/2025

প্ৰতি বছৰৰ দৰে সূৰ্য উপাসনা মহা পৰ্ব ছঠ পূজা নগাঁৱৰ বিভিন্ন ঘাটত পালন কৰে ৷ । কিন্তু যোৱা বাৰৰ দৰে উৎসাহ একে বাবে পৰিলক্ষিত হোৱা নাই কাৰণ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত সকলোৱে মাথো নিয়ম হে পালন কৰিছে ৷ সূৰ্য্য ষষ্ঠী সমাজ কল্যাণ সমিতিৰ উদ্যোগত ছঠ পূজাৰ আয়োজন ৷

Address

Nagaon
Nagaon
782001

Alerts

Be the first to know and let us send you an email when The Current News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The Current News:

Share