Pratidin News Bharat

  • Home
  • Pratidin News Bharat

Pratidin News Bharat This is the official page of Pratidin News,the most-watched electronic web Media News chann

27/05/2024

পাটকাই #পাহাৰত ৩জন #কয়লা শ্ৰমিক জীৱন্তে #ভূগৰ্ভস্থ মৃত্যু ।

24/05/2024

ৰাজ্য চৰকাৰে উন্নয়নৰ নামত যিমানেই ঢাক ঢোল নবজাওঁক কিয় একাংশ দুৰ্নীতি গ্ৰস্থ বিষয়া ঠিকাদাৰৰ মৈমতালি আৰু লুণ্ঠনৰ বাবে সকলো আসাৰত প্ৰতিপন্ন হৈছে

News Bharat

24/05/2024

জুৰিয়া #শিঙাৰীৰ এগৰাকী মহিলা #আৰৱৰত আবদ্ধ হোৱা পিছত #মহিলা জনীয়ে #কান্দি কান্দি কি #ক'লে ?

News Bharat

04/11/2022

ধিঙৰ চালনাবড়িত পতিক শ্লিপিং টেবলেট খোৱাই পত্নীৰ পলায়ন।

29/09/2022

নগাওঁ জিলাৰ ৰাইডঙীয়াৰ বগৰিগুৰি পামত সোপাধৰাৰ আতংক

26/09/2022

বটদ্ৰৱাৰ জাজৰী দলৈগাৱত নগাঁও জিলাৰ তিৱা সাহিত্য সভাৰ সজাগতা সভা

21/09/2022

নগাঁৱত প্ৰথমবাৰৰ বাবে মুকলি কৰা হ'ল শিশুৰ পুষ্টিকৰ খাদ্যৰ ব্যৱসায়িক প্ৰতিষ্ঠান।

18/09/2022

ৱাহিদা ৰহমানৰ মধুৰ কন্ঠত বাংলা গান ।

31/08/2022

আলিটাঙনী আব্দুল হাই ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় একত্ৰীকৰণৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আমছুৰ।

30/08/2022

জুৰীয়াৰ গড়াজানৰ এখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

30/08/2022

👉ৰূপহীহাটৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক এজন ড্ৰাগছ সৰবৰাহকাৰী।
👉ধৃত ড্ৰাগছ সৰবৰাহকাৰী ৰূপহীহাটৰ দীঘলীৰ ৰুবাদুল ইছলাম।

Address


Alerts

Be the first to know and let us send you an email when Pratidin News Bharat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pratidin News Bharat:

  • Want your business to be the top-listed Media Company?

Share