Amir Hamja AH

Amir Hamja AH blogger.localnews.socialworking.digitalcreator.photographer.videocreator

19/03/2023

আমি যেতিয়া Talks ত বহু।

18/03/2023

গৌৰৱ গগৈ বি জে পি ৰ মানুহ এয়া আমাৰ কথা নহয় বিশিষ্ট লেখিকা শিখা শৰ্মাৰ কথা।

17/03/2023

বিধায়ক আশ্ৰাফুল ইছলামৰ ওপৰত এনেকোৱা মিছা কথা কৈ একো কৰিব নোৱাৰে? আশ্ৰাফুল ইছলামক ব্যক্তিগত ভাবে চিনি পাই বুলি মন্তব্য বিশিষ্ট লেখিকা শিখা শৰ্মা ডাঙৰীয়ানী।

I've received 2,100 reactions to my posts in the past 30 days. Thanks for your support. 🙏🤗🎉
17/03/2023

I've received 2,100 reactions to my posts in the past 30 days. Thanks for your support. 🙏🤗🎉

15/03/2023

আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত অসম গন পৰিষদ দলে ভাল ফলাফল প্ৰদৰ্শন কৰিব বুলি আমি আশাবাদী। ধন্যবাদেৰে অসম গণ পৰিষদ


13/03/2023

মই ভাবো অসমীয়া গামোচাক অপমান কৰা হৈছে।

12/03/2023

আমাৰ অসম আৰক্ষীয়ে যান বাহন মানি চলাৰ কাৰণে মানুহক যথেষ্ট ভূমিকা আগবঢ়াইছে। তাৰ মাজতে এই উদণ্ড বাইক চালকে অসম আৰক্ষীৰ লগত হেথালি খেলি যেনেকে বাইক চলাইছে তাৰ বিৰুদ্দে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ।



10/03/2023

বহুত বহুত ধন্যবাদ আপোনাক কাৰণ আপুনি শুদ্ধ কৈ কোৰআন শ্বৰীফ খন অধ্যয়ন কৰিছে তাৰ লগতে সমাজক আগুৱাই নিয়াত সহায় কৰিছে।

09/03/2023

বহুত ভাল লগা মূহুৰ্ত।

Address

4No. Bhurbandha P. O. B/Sapmari P. S. Rupahi Hat Dist. Nagaon State.
Nagaon
782120

Alerts

Be the first to know and let us send you an email when Amir Hamja AH posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Amir Hamja AH:

Share