Siba Barman Insight

Website

Siba Barman Insight "নিজে আনন্দিত হ'বৰ বাবে আনক আনন্দ দিব পাৰিব লাগে।"

Like to introduce myself as a Newshawk and Influencer.And I believe: "words are not just tools, but weapons, skillfully wielded to sway minds and shape realities."

18/10/2026

📌নগাঁও চহৰৰ ঐতিহাসিক বাঙালী সন্মিলনী পূজা সমিতি হৈছে মধ্য অসমৰ অন্যতম পুৰণি আৰু আকৰ্ষণীয় দুৰ্গোৎসৱ। ২০২৬ বৰ্ষত এই পূজাখনে ১৩৩ বছৰ অতিক্ৰম কৰিছে।
📌এই বছৰৰ পূজাৰ মূল আকৰ্ষণ আৰু বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল:
মণ্ডপ সজ্জা: আনন্দী শাৰদোৎসৱৰ লগত সংগতি ৰাখি এইবাৰ সমগ্ৰ পূজা মণ্ডপখন অসমৰ থলুৱা সামগ্ৰী ব্যৱহাৰ কৰি নান্দনিকভাৱে নিৰ্মাণ কৰা হৈছে। 📌দেৱী প্ৰতিমা:
চলিত বৰ্ষৰ বিশেষ আকৰ্ষণ হৈছে পশ্চিমবংগৰ পৰা আনি ধৰা দেৱী প্ৰতিমা। দেৱীৰ এই অপূৰ্ব প্ৰতিমাভাগক 'ৰাজ ৰাজেশ্বৰী দুৰ্গা দেৱী' নামেৰে নামকৰণ কৰা হৈছে।
📌পৰম্পৰা:
শতবৰ্ষ গৰকা এই সন্মিলনীৰ এক বিশেষ পৰম্পৰা আছে। প্ৰতি বছৰে বিজয়া দশমীৰ দিনা কোনো আধুনিক বাহন ব্যৱহাৰ নকৰি, পূজা সমিতিৰ সদস্যসকলে নিজ কান্ধত বৈ নি ঘাটত দেৱী প্ৰতিমা বিসৰ্জন দিয়ে।

18/10/2026

কেতিয়াবা আন্ধাৰত গছৰ ডাল বা ওলমি থকা কাপোৰক ভূত বুলি ভাবোঁ; কিয়?

17/10/2026

কেৱল ভাৰতবৰ্ষতে নহয়, সমগ্ৰ বিশ্বতে আজিও ভূতৰ ভয় ইমান বেছি কিয়?

17/10/2026

ৰাতিৰ আন্ধাৰত অকলশৰে থাকিলে কিয় ভয় লাগে? ভূত-প্ৰেতৰ উমান পোৱা যেন লগাৰ আঁৰত কি বৈজ্ঞানিক কাৰণ থাকিব পাৰে? ইনফ্ৰাছাউণ্ড (Infrasound) আৰু পেৰেইডোলিয়া (Pareidolia) কি? সমাজৰ অন্ধবিশ্বাস আৰু বিজ্ঞানৰ এই সংঘাতক ফাদিল কৰিবলৈ আজিৰ 'গণকণ্ঠ'ৰ এই বিশেষ উপস্থাপন। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু বিজ্ঞানসন্মতভাৱে ৰহস্যৰ উদ্ঘাটন কৰক।

13/10/2026

বিশ্বাসৰ পথ অনেক, কিন্তু সত্যৰ পথ এক।

12/10/2026

প্ৰকৃত মুছলমান কোন?

11/10/2026

ধৰ্মীয় ভয়!!?

10/10/2026

📌যদি ধৰ্মই মানুহক নৈতিক, সংযমী, দয়ালু আৰু সত্যবাদী কৰি তোলে, তেন্তে ধৰ্মৰ নামত ঘৃণা কিয়?
📌যদি ঈশ্বৰ বা পৰম সত্যৰ সন্ধানেই ধৰ্মৰ উদ্দেশ্য, তেন্তে মানুহৰ বিৰুদ্ধে মানুহক থিয় কৰোৱাৰ প্ৰয়োজন কিয়?
📌সন্ত্ৰাসবাদৰ কোনো ধৰ্ম আছেনে?
📌এটা শিশু জন্মৰ সময়ত আন ধৰ্মৰ মানুহক ঘৃণা কৰিবলৈ শিকি আহেনে?

09/10/2026

ধৰ্মৰ জয় নে ৰাজনৈতিক স্বাৰ্থৰ জয়?

07/10/2026

আপুনি হিন্দু নে মুছলমান? সঁচাকৈয়ে ধৰ্মীয় মুল্যবোধবোৰ পালন কৰে নে?

Address

Barhampur , By National 37 Highway
Nagaon
782102

Alerts

Be the first to know and let us send you an email when Siba Barman Insight posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share