12/12/2025
“ইমান বেচৰম আৰু বেহায়া মানুহ! মুসলিম সমাজত এনে লোক খুব কমেই দেখা যায়। বিশেষকৈ অসমত যিজন ব্যক্তি নিজৰ গদী বচাবলৈ লোকৰ আগত এনে মিচা কথা কৈ ফুৰিছে
(নুৰুল হুদা ছাৰ), আপুনি ক’লে—আমিনুল ইছলাম ছাহেবে নাকি মুসলিমৰ বাবে কেতিয়াও মাত মতা নাই!
আহা, আপুনি কেনেকৈ এনে কথা ক’ব পাৰিলে? আপোনাৰ অলপো লাজো নালাগেনে?
অসমৰ মুসলিম সমাজৰ মানুহে ভালদৰে জানে—assemblyত মুসলিমৰ কাৰণে কোনে সত্যিই মাত মাৰিছে।
অসমত আমিনুল ইছলাম ছাৰৰ নিচিনা সাহসী বিধায়ক আন নাই, যিয়ে মুসলিম সমাজৰ হিতত স্পষ্টভাৱে আৰু দৃঢ়ভাৱে মাত মাৰিবলৈ সক্ষম।
আৰু নুৰুল হুদা, আপোনাৰ কথা কি কম? আমি সকলো জানো—আপুনি কিমান মুসলিমৰ কাৰণে মাত মাৰিছে!
ওহহো… আপুনি নিজেই নাজানে, আৰু সাহসো নাই।
তেন্তে এনে কথা কেনেকৈ ক’ব পাৰে?
এই নিৰ্বাচনত আপুনি পৰাজিত হ’ব বুলি ভাবি জনতাক ভুল বুজাবলৈ আৰু পাগল বনাবলৈ আপুনি মিচা কথা কৈ ফুৰিছে।
সকলোৱে জানে—NRC, উৎখাত নীতি, আৰু মুসলিমৰ ওপৰত হোৱা অত্যাচাৰৰ বিষয়ে assemblyত সদায় সাহসিকতাৰে মাত মাৰিছিল কেৱল আমিনুল ইছলাম ছাহেবে।”