News F37 northeast

News F37 northeast জীৱনৰ প্ৰতিটো খোজোঁতে বাধা আহিব আৰু সেই বাধা নেওচি আগবাঢ়ি যোৱাৰ নামেই সফলতা ।
জয় আই অসম

17/07/2026

ৰূপহীহাট আৰক্ষী থানাৰ গাঁওৰক্ষী বাহিনীৰ জ্যেষ্ঠ চক্র সংগঠক বঞ্জিত কুমাৰ শৰ্মাৰ যোৱা ৩০ জুন তাৰিখে কর্মজীৱনৰ সামৰণি পৰে। News F37 northeast

17/07/2026

জাগ্ৰত হোৱা ভাৰত!
সোণম ৱাংচুকক মৰিবলৈ নিদিব
তেওঁ আমাৰ সকলোৰে বাবে, আপোনাৰ সন্তানৰ বাবে আৰু ভাৰতৰ ভৱিষ্যতৰ বাবে অনশন কৰিছে
মই বৰ্তমান আমেৰিকাত এক সংগীত ভ্রমণত আছোঁ, কিন্তু মোৰ হৃদয়খন তাতেই আছে। মই যদি ভাৰতত থাকিলোঁহেঁতেন, তেন্তে মই নিশ্চিতভাৱে তাত থাকিলোঁহেঁতেন
তেওঁলৈ মোৰ অনুৰোধ- অনুগ্ৰহ কৰি আপোনাৰ অনশন ভংগ কৰক
আৰু চৰকাৰলৈ মোৰ অনুৰোধ- অনুগ্ৰহ কৰি তেওঁৰ কথা শুনক
(বিশাল দাদলানী)

15/07/2026

গাওঁৰক্ষী বাহিনী (Village Defence Party -VDP) হৈছে অসমত গাৱঁৰ সুৰক্ষা আৰু শান্তি বজাই ৰাখিবলৈ স্থানীয় যুৱক-যুৱতীয়ে গঠন কৰা এক স্বেচ্ছাসেৱক সংগঠন, যি ১৯৪৯ চনত হৰিনাৰায়ণ বৰুৱাদেৱে আৰম্ভ কৰিছিল আৰু এতিয়া অসম আৰক্ষীৰ সহযোগিতাত কাম কৰে, গাঁৱৰ সুৰক্ষা, অপৰাধ নিয়ন্ত্ৰণ আৰু আৰক্ষীক সহায় কৰাই হৈছে গাঁওৰক্ষী বাহিনীৰ মূল কাম।

Himanta Biswa Sarma CMO Assam
BJP Assam Pradesh Dilip Saikia Bharatiya Janata Party (BJP) -VDP

27/03/2026

Asaduddin Owaisi
Delhi mein AIUDF President Maulana Badruddin Ajmal Sahab ke bete, Abdul Rahman Ajmal ne mujhse mulaqaat ki, is dauran Phone per unke waalid se bhi baat hui.

InshaAllah! Main 2 aur 3 April ko Guwahati, Assam ka daura karunga, aur AIUDF candidates ki himayat mein kai public meetings ko khitab karunga.

19/03/2026

এইবাৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনালে জয়ন্ত দাসে।
News F37 northeast

11/03/2026
11/03/2026

পীৰে কামিল হজৰত মৌলানা গোলাম ৰব্বানি চাহাবেৰ জানাজাৰ নামাজত লাখ লাখ মানুহৰ সমাগম ঘটে।

04/03/2026

অসমৰ বিভিন্ন ঠাইত দেখা পোৱা গৈছে যে সৰু সৰু ল'ৰা-ছোৱালীৰ বোৰ সন্ধান হীন হোৱাৰ খবৰ আমি Social media দেখা পায় আছোঁ। সেইবাবে সকলোকে মোৰ অনুৰোধ যে নিজৰ নিজৰ সন্তান বা ল'ৰা-ছোৱালীবোৰৰ প্ৰতি অলপ সচেতনতা বৃদ্ধি কৰিব । প্ৰয়োজন অনুসৰি ঘৰৰপৰা উলিয়াবলৈ নিদিব।

Address

Nagaon

Alerts

Be the first to know and let us send you an email when News F37 northeast posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News F37 northeast:

Shortcuts

Share