17/08/2026
অভিজ্ঞ চিকিৎসক সকলৰ চিকিৎসা সেৱাই নগাওঁ চহৰত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে মেট্ৰ হস্পিতালে।
ৰুগী সকলৰ সুবিধাৰ্থে ডাক্তৰ লতিফুৰ ৰহমানৰ বিশেষ পৰামৰ্শ।
কোনটো বিভাগৰ কোনজন ডাক্তৰ,, কোনজনক আকৌ কেনেকৈ লগ ধৰিব সেই সন্দৰ্ভত ৰুগী সকলক ডাক্তৰ লতিফুৰ ৰহমানৰ বিশেষ সাক্ষাৎকাৰ।