News Assam 30

News Assam 30 Well come to visit our page.
(10)

20/09/2024

ঘৰত ঘূৰি আহি কি কলে ডক্তৰ আলিমা আকতাৰ,সঁচা কৈয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল নে?

20/09/2024

📌কেন্দ্ৰৰ নতুন আঁচনি, ঘৰৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব চিলাই মেচিন ! কেনেকৈ আবেদন কৰিব l

20/09/2024

এবছৰ বিনামূলীয়া কলিং আৰু ইন্টাৰনেট! বাবা ৰামদেৱৰ পতঞ্জলি 5G চিম কাৰ্ড মুকলি। এই চিমটো কেনেকৈ পাব ?

20/09/2024

📌কবি তজুমোল খানে এইটো কি কলে তেওঁ কোৱা কথাবোৰ অলপ পলম নকৰাকৈ শুনাে আহক

📌তোমাৰ টকা নাই সমাজত তোমাৰ কোনো মূল্য নাই

17/09/2024

অসম চৰকাৰে দিব ২ লাখ টকা (সুদমুক্ত) | মূখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান | সবিশেষ জানিবলৈ ভিডিঅ'টো চাওক

15/09/2024

কংগ্রেছে নিজে অনা ট্রাইবেল বেল্ট এণ্ড ব্লকৰ আইনৰ নিজে বিৰোধিতা কৰা দেখি এটা কথা ক’বলৈ বাধ্য হৈছোঁ— তেওঁলোকে স্পষ্ট কৰি ক’ব লাগে যে তেওঁলোকক এই আইন লাগেনে নাই। কচুতলিৰ উচ্ছেদৰ প্রতিবাদ কৰা কংগ্রেছক আহ্বান জনাম যে— তেওঁলোকে আগন্তুক বিধান সভা অধিৱেশনত ট্রাইবেল বেল্ট এণ্ড ব্লক উঠাই ল’ব লাগে বুলি প্রস্তাৱ আনক।

আমাৰ স্থিতি স্পষ্ট, আমি সদায় খিলঞ্জীয়া-জনজাতীয় লোকৰ আইনগত ভূমিৰ অধিকাৰ সুৰক্ষাৰ পক্ষত আছোঁ।

14/09/2024

🔸ড্ৰা*গছ আৰু অসামাজিক কামৰ বি*ৰু*দ্ধে জমিয়তৰ তী*ব্ৰ অভিযান।
🔸গাৱে গাৱে আৰম্ভ হৈছে সজাগতা সভা।
🔸নেতৃত্বত আছে জমিয়তৰ সভাপতি মৌলানা মস্তাক আনফৰ চাহাব।

13/09/2024

প্ৰথমে প্ৰেম তাৰ পাছত বিবাহ ,কেইমাহ মান‌ পিছতেই বিচ্ছেদ ।

বিবাহৰ পাছত শাৰীৰিক মানসিক অত্যাচাৰ প্ৰেমিক স্বামীৰ ।

পৰপুৰুষৰ সৈতে নিশা পাৰ কৰাৰ বাবে হেঁচা ।

04/09/2024

📌স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কলিয়াবৰৰ আমবাগান ত উত্তাল প্ৰতিবাদ ।

📌স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কলিয়াবৰত অব্যাহত আছে প্ৰতিবাদ।

31/08/2024

মিঞাই একো অসুবিধা নকৰে
মিঞাৰ মাজত শান্তি অনুভব কৰিছোঁ
মিঞাই বহুত সহায় কৰে
চাৰি বছৰ হ'ল মিঞাৰ মাজত থাকি শিক্ষকতা কৰা।
এনেকুৱা বহু উদাহৰণ আছে আমি আমাৰ অসমখনক মিলাপ্ৰীতিত থাকিব বিচাৰোঁ

Address

Nagaon

Telephone

+916002886539

Website

Alerts

Be the first to know and let us send you an email when News Assam 30 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Assam 30:

Share