Khobor Dhing

Khobor Dhing Khobor Dhing

04/05/2025

কটহগুৰি গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী আবু হানিফাৰ বিশাল নিৰ্বাচনী প্ৰচাৰ ৰেলী ।

04/05/2025

৫৩ নং লাহৰিঘাট সমষ্টিৰ লাহৰিঘাট জিলা পৰিষদৰ অন্তৰ্গত শিলপুখুৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা পদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী পাৰুল চুলতানাই সহস্ৰাধিক ভোটাৰ লৈ বিশাল নিৰ্বাচনী ৰেলী।

26/04/2025

৫ নং আমলখি চহৰীয়া জিলা পৰিষদৰ অন্তৰ্গত চহৰীয়া গাঁও পঞ্চায়তৰ ৯ নং আৰু ১০ নং ৱাৰ্ডৰ যুটীয়াভাৱে আয়োজন কৰা কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়িকা শিবামণি বৰা।

17/02/2025

বালিজান বজাৰত আই,এফ,বি,এগ্ৰোৰ
মাছৰ দানা আৰু ঔষধৰ বিতৰণ কেন্দৰ শুভ উদ্বোধন।
নাদিম এণ্টাৰ প্ৰাইজৰ যোগাযোগ নম্বৰ:-8638795905

08/01/2025

ধিঙৰ আহোম গাওঁ ত পথ দুৰ্ঘটনাত নিহত এজন

28/12/2024

বহি: ৰাজ্য কেৰেলাত মৃত্যু হোৱা ফজল উদ্দিনৰ মৃতদেহ ঘৰলৈ আনিবলৈ সক্ষম হৈছে পৰিয়ালে।বিছাৰিছে এতিয়া আপোনালোকৰ সহায়

26/12/2024

_কেৰেলাত মৃত্যু হোৱা ফজল উদ্দিনৰ মৃতদেহ আনিবলৈ পৰ্যাপ্ত পৰিমাণৰ টকা নাই পৰিয়ালৰ হাতত।
আপোনালোকে যদি সহায় কৰিব বিচাৰে তেনেহলে 6002269956 নাইবা 8812812059 ত Phone pay ৰ জৰিয়তে সহায় কৰিব পাৰে_

09/12/2024

নৱ-জাগৰণ বিদ্যাপীঠ বেছামাৰীত বিদায়ী সভা

08/12/2024

বেছামাৰী নৱ-জাগৰণ বিদ্যাপীঠৰ দশম শ্ৰেণীৰ বিদায়ী সভা।

নগাঁও জিলাৰ ধিঙৰ বেছামাৰী স্থিত নৱ -জাগৰণ বিদ্যাপীঠৰ দশম শ্ৰেণীৰ বিদায়ী সভা তথা ২০২৪-২৫ বৰ্ষৰ বছৰেকীয়া সাংস্কৃতিক অনুষ্ঠানটো আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয়।আজিৰ কাৰ্যসূচী অনুসৰি, পুৱা ৯ বজাত বিদ্যালয়ৰ পতাকা উত্তোলন,৯-৩০ বজাত বন্তি প্ৰজ্বলন, ১০ বজাত বৃক্ষৰোপণ আৰু ১২ বজাত মুকলি সভা আৰম্ভ হয়। প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী কৃষ্ণা হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা খনত নগাঁও মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰবক্তা ড০ প্ৰশান্ত খনিকৰে দশম শ্ৰেণীৰ বিদায় লোৱা প্ৰতিজন ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয় খনৰ লগতে বেছামাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ আহ্বান জনায়।

17/07/2024

ধিং বাসী ৰাইজ সাৱধান

07/03/2024

অসম জন মৰ্চা দলৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ

02/03/2024

সৰুছলা শ্বাহি জামে মছজিদত খতমে তাৰাবি নামাজৰ বাবে দুজন ইমামৰ প্ৰয়োজন হৈছে। উপযুক্ত মাননি দিয়াৰ লগতে থকা খোৱা সম্পুৰ্ণ বিনামূলীয়া। যদি কোনো আগ্ৰহী ব্যক্তি আছে তেন্তে ৫ তাৰিখৰ আগত সৰুছলা শ্বাহি জামে মছজিদ কমিটীৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায়। যোগা-যোগ নম্বৰ 6901744089

Address

Nagaon
782123

Telephone

+919864743795

Website

Alerts

Be the first to know and let us send you an email when Khobor Dhing posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share