Daily Time

Daily Time Northeast's Fast Digital Media Network "DAILY TIME". Keep watching stay ahead.
(6)

🛑নয়ন নিবিৰ নামৰ লোকজনৰ এনে মন্তব্যক লৈ সামাজিক মাধ্যমত বিতৰ্কৰ সৃষ্টি হৈছে।
13/08/2025

🛑নয়ন নিবিৰ নামৰ লোকজনৰ এনে মন্তব্যক লৈ সামাজিক মাধ্যমত বিতৰ্কৰ সৃষ্টি হৈছে।

13/08/2025

🛑নিশা হোজাইত উত্তপ্ত পৰিস্থিতি।ভাঙি চূৰমাৰ আৰক্ষী-সাংবাদিকৰ বাহন।

11/08/2025

🛑বি টি আৰত প্ৰথম কাম হৈছে ভূমি পট্টা দিয়া!

🛑নগাঁও ঢাকাইপট্টিৰ নতুন নামটো আপুনি কি হোৱাটো বিচাৰে?
10/08/2025

🛑নগাঁও ঢাকাইপট্টিৰ নতুন নামটো আপুনি কি হোৱাটো বিচাৰে?

10/08/2025

🛑আপুনি ইয়াত মাদ্ৰাছা শিক্ষা দিব নোৱাৰিব’
🛑তিনিচুকীয়াত আপুনি মাদ্ৰাছা খুলিবলৈ ক’ত সাহস পালে?
🛑তিনিচুকীয়াৰ লোহাৰি কছাৰী গাঁৱত মাদ্ৰাছা স্থাপনক লৈ প্ৰতিক্ৰিয়া!

09/08/2025

সলনি হ'ব নগাঁৱৰ 'ঢাকাইপট্টি'ৰ নাম। জিলা আয়ুক্তক নাম সলনিৰ নিৰ্দেশ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ।

🛑প্ৰধান শিক্ষকৰ কামনাৰ বলি দশম শ্ৰেণীৰ ছাত্ৰী।
09/08/2025

🛑প্ৰধান শিক্ষকৰ কামনাৰ বলি দশম শ্ৰেণীৰ ছাত্ৰী।

08/08/2025

🛑হাজোৰ সোৱানচাহৰ পৰা এক সন্তানৰ মাতৃ নিৰুদ্দেশ।

🛑যদি কোনোবাই ফটোত দেখা মহিলা গৰাকীৰ সন্ধান পায় তেন্তে ৯৭০৬৫২৩৩৫২ নম্বৰত যোগাযোগ কৰক!
08/08/2025

🛑যদি কোনোবাই ফটোত দেখা মহিলা গৰাকীৰ সন্ধান পায় তেন্তে ৯৭০৬৫২৩৩৫২ নম্বৰত যোগাযোগ কৰক!

🛑শৃংখল চলিহাক সাময়িক বিশ্ৰাম বীৰ লাচিত সেনাৰ!🛑৮ ছেপ্টেম্বৰলৈকে সামাজিক মাধ্যম,সংবাদ মাধ্যম আৰু সংগঠনৰ সকলো কাৰ্যসূচীৰ পৰ...
08/08/2025

🛑শৃংখল চলিহাক সাময়িক বিশ্ৰাম বীৰ লাচিত সেনাৰ!
🛑৮ ছেপ্টেম্বৰলৈকে সামাজিক মাধ্যম,সংবাদ মাধ্যম আৰু সংগঠনৰ সকলো কাৰ্যসূচীৰ পৰা বিৰত থকাৰ নিৰ্দেশ!

07/08/2025

🛑ৰূপহীহাট আৰক্ষী থানাত উ-ত্ত-প্ত পৰিস্থিতি।
পলায়ণ কৰিব বিচৰা আচমিক বাধা দিবলৈ গৈ আ/ক্ৰ/ম/ণৰ বলি আৰক্ষী বিষয়া।

07/08/2025

🛑ৰূপহী হাট আৰক্ষী থানাত পলায়ন কৰিব বিচৰা আচামীক বাধা দিবলৈ গৈ আ-ক্ৰ-ম-ণ-ৰ বলি আৰক্ষী।

Address

Nagaon

Alerts

Be the first to know and let us send you an email when Daily Time posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share