14/06/2026
১ জুলাইৰ পৰা অসমত VB-G RAM G আঁচনি | প্ৰতিখন পঞ্চায়তে ১ কোটি টকা | ১২৫ দিনৰ নিশ্চিত আয়!
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি ১ জুলাইৰ পৰা ৰাজ্যত VB-G RAM G আঁচনি আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। এই আঁচনিৰ অধীনত প্ৰতিখন পঞ্চায়তে ১ কোটিকৈ টকা লাভ কৰিব আৰু গাঁওবাসীয়ে ১২৫ দিনৰ নিশ্চিত আয়ৰ সুবিধা লাভ কৰিব। পঞ্চায়তৰ বাবে বিশেষ গাইডলাইনো প্ৰস্তুত কৰা হ'ব। সম্পূৰ্ণ তথ্য জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক।
VBGRAMG Scheme Assam, Himanta Biswa Sarma, Assam New Scheme 2026, Assam Panchayat News, Assam Government Scheme, 1 Crore Grant Panchayat, Assam Latest News, Assam CM News, Rural Development Assam, Assam Scheme Update, Assamese News, Assam Viral News