Assam Express

Assam Express Important News
Entertainment video
What's app no .6900269291

05/04/2026

ৰূপহীহাট সমষ্টিৰ শিঙ্গীয়া গাঁও পঞ্চায়তৰ শতাধিক AIUDF কৰ্মীৰ কংগ্ৰেছত যোগদান ।

05/04/2026

ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ হৈ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ ।
নগাঁও জিলা কংগ্ৰেছৰ মিডিয়া চেলৰ উপ- সভাপতি আৰিফুল ইছলামৰ

30/03/2026

স্পষ্টীকৰণ
ৰূপহীহাট সমষ্টিৰ শিঙ্গীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত দক্ষিণ ফাকুলী পথাৰ শ্বাহে জামে* *মছজিদৰ পানীৰ টেংকিৰ টকা আত্মহাত কৰাৰ অভিযোগ সম্পূৰ্ণ মিছা ।
এয়া বিধায়ক নুৰুল হুদা বিৰুদ্ধে বিৰোধীৰ অপপ্ৰচাৰ ।

30/03/2026

দক্ষিণ ফাকুলী পথাৰ শ্বাহে জামে মছজিদৰ পানীৰ টেংকিৰ টকা আত্মহাত কৰাৰ অভিযোগ সম্পূৰ্ণ মিছা ।
এয়া বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে বিৰোধীৰ অপপ্ৰচাৰ।

24/03/2026

পূৰ্বৰ ধিং সমষ্টিৰ অন্তৰ্গত বৰ্তমানৰ ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত মেলেকাটিং মোকুন্দাআটী গাওঁ পঞ্চায়তত ১৫ বছৰত বিধায়ক আমিনুল ইছলামৰ কিমান উন্নয়নৰ নমুনা ।

21/03/2026

ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ অসমবাসীলৈ পবিত্ৰ ঈদৰ শুভেচ্ছাৰ বাণী ।

20/03/2026

ভুৱা ফেচবুক একাউণ্ট সন্দৰ্ভত জুৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি ৰফিকুল ইছলামৰ সংবাদ মেল।

07/01/2026
05/01/2026

নগাঁওৰ ধিং গাঁও নৱজাগ্ৰত যুৱ সংঘৰ উদ্যোগত ৰাবিয়া খাতুনৰ সাংস্কৃতিক অনুষ্ঠান।

05/12/2025

ডিলেমিটেচন হোৱাৰ পিছত ৰূপহীহাট সমষ্টিৰ পৰা কাটি যোৱা বৰ্তমান চামগুৰি সমষ্টিৰ চামগুৰি ৰাজচক্ৰৰ অন্তৰ্গত ভকত গাওঁত যি অমানৱীয়ভাৱে বিজেপি চৰকাৰে, মানুহৰ মৌলিক অধিকাৰ ক্ষৰ্ব কৰি আছে ,আৰু যি উৎচেদ কৰি আছে তাৰ তীব্ৰ বিৰোধী কৰিছে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ। চৰকাৰে মানুহক প্ৰথমে সংস্হাপণ কৰি দিবৰ বাবে তীব্ৰ দাবী জনায় ।

30/11/2025

30/11/2025

জয় জুবিন দা ,,,

Address

Nagaon

Alerts

Be the first to know and let us send you an email when Assam Express posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share