TIME 31 NE

TIME 31 NE আপোচবিহীন কণ্ঠ,খবৰ যি সচাঁ

ৰাইজৰ কাষত, ৰাইজৰ বাবে

11/09/2026

নীল আকাশৰ গীতৰ শৰাই

11/09/2026

মৰিগাঁও মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ

11/09/2026

🔴 প্ৰদ্যুত বৰদলৈ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সাংসদ ৰকিবুল হুছেইনৰ

11/09/2026

♦️ প্ৰদ্যুৎ বৰদলৈৰ কথোপকথন কংগ্ৰেছ কৰ্মীৰ সৈতে

♦️ চাহ খাবলৈ লগ ধৰি ভাইৰেল ফোন কল



10/09/2026

♦️মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক উৎপল মেচলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী

♦️‘ভাৰতীয় উপন্যাসত প্ৰতিফলিত ঔপনিৱেশিক প্ৰসঙ্গ’ বিষয়ত গৱেষণা কৰি ডক্টৰেট লাভ কৰে উৎপল মেচে

09/09/2026

♦️ দেৱাশীষ শৰ্মা ধৰ্মনিৰপেক্ষতা নহয়

♦️ ন বিজেপি দেৱাশীষ শৰ্মাক তীব্ৰ সমালোচনা এ আই ইউ ডি এফৰ নেতা চম্পক কলিতাৰ

09/09/2026

▶️ দালাল চক্ৰক নাকি লগাবলৈ সাজু অসম আৰক্ষীৰ
▶️ চৰকাৰী ঘৰৰ নামত টকা লোৱা সকল সাৱধান!

09/09/2026

♦️ধিঙৰ ধুপগুৰীত BJP ৰ বিশাল নিৰ্বাচনী সভা

উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকা

09/09/2026

ধিঙৰ ধুপগুৰি আঞ্চলিক খেলপথাৰত মন্ত্ৰী পীয়ুষ হাজৰিকা

09/09/2026

🔴 LIVE - ধুপগুৰিৰ পৰা পোনপটীয়া সম্প্ৰচাৰ
ভাৰতীয় জনতা পাৰ্টি, ধিং মণ্ডলৰ উদ্যোগত আৰু BJP নগাঁও জিলাৰ সহযোগত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভা।
📍স্থান: ধুপগুৰি আঞ্চলিক খেল পথাৰ
চাওক পোনপটীয়াকৈ, শ্বেয়াৰ কৰক আৰু আপোনাৰ মতামত জনাওক।

Address


782002

Telephone

+917598432720

Website

Alerts

Be the first to know and let us send you an email when TIME 31 NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TIME 31 NE:

Shortcuts

  • Want your business to be the top-listed Media Company?

Share