Cockroach News Network

Cockroach News Network Truth. People. Democracy. Fearless & independent Assamese digital news platform. Assam | India

01/07/2026

I got over 300 reactions on my posts last week! Thanks everyone for your support! 🎉
Cockroach News Network

09/06/2026

🚨 BREAKING News | GEN Z আন্দোলনক লৈ মিডিয়াৰ ওপৰত উঠিছে প্রশ্ন

নেপালত হোৱা Gen Z আন্দোলন দেখুৱাবলৈ বহু ভাৰতীয় সংবাদ মাধ্যম উপস্থিত হৈছিল। কিন্তু প্রশ্ন এতিয়া — নিজৰ দেশত যেতিয়া শিক্ষাৰ্থী, যুৱ সমাজ আৰু পৰীক্ষা ব্যৱস্থাক লৈ বিতৰ্ক চলি আছে, তেতিয়া কিয় দিল্লীৰ যন্তৰ মন্তৰত হোৱা Gen Z আন্দোলনে সমান coverage নাপালে?

দেশৰ ভিতৰত হোৱা যুৱ সমাজৰ সমস্যা আৰু আন্দোলনক বিশ্ব মঞ্চত তুলিধৰিছে Australia ৰ ABC News নামৰ সংবাদ মাধ্যমে। আনহাতে সমালোচকসকলে অভিযোগ কৰিছে যে, ভাৰতৰ কিছুমান সংবাদ মাধ্যমে অন্য বিষয়ক অধিক অগ্ৰাধিকাৰ দি আছে।

NEET paper leak অভিযোগ, শিক্ষাৰ্থীৰ উদ্বেগ, পৰীক্ষা ব্যৱস্থাক লৈ বিতৰ্ক — এই সকলো বিষয় দেশজুৰি আলোচনা হ’লেও প্রশ্ন একেটাই:

“যুৱ সমাজৰ কণ্ঠস্বৰ কিমান দূৰলৈ পৌঁছাইছে?”


🔥 MASS MOVEMENT OR MASS MESSAGE?শিক্ষাব্যৱস্থা, জবাবদিহিতা আৰু ভৱিষ্যৎক লৈ উদ্বেগ প্ৰকাশ কৰি দেশৰ বিভিন্ন স্থানত কণ্ঠ উত...
08/06/2026

🔥 MASS MOVEMENT OR MASS MESSAGE?

শিক্ষাব্যৱস্থা, জবাবদিহিতা আৰু ভৱিষ্যৎক লৈ উদ্বেগ প্ৰকাশ কৰি দেশৰ বিভিন্ন স্থানত কণ্ঠ উত্থাপনৰ আহ্বান।

“Change cannot happen if we don’t make our voices heard.”

এই আন্দোলন শান্তিপূৰ্ণ, গণতান্ত্ৰিক আৰু অংশগ্ৰহণভিত্তিক বুলি আয়োজকসকলৰ দাবী।

আপোনাৰ মত কি? Comment কৰি জনাওক 👇

🔥 “Change cannot happen if we don’t make our voices heard.”হাজাৰ হাজাৰ যুৱক-যুৱতী, শিক্ষাৰ্থী আৰু প্ৰথমবাৰৰ বাবে প্ৰতিবা...
07/06/2026

🔥 “Change cannot happen if we don’t make our voices heard.”

হাজাৰ হাজাৰ যুৱক-যুৱতী, শিক্ষাৰ্থী আৰু প্ৰথমবাৰৰ বাবে প্ৰতিবাদত অংশগ্ৰহণ কৰা বহু মানুহে Jantar Mantar ত একেলগ হৈ নিজৰ কণ্ঠ উত্থাপন কৰিলে।

Abhijeet Dipke ৰ বক্তব্য অনুসৰি — এই আন্দোলন কেৱল এটা দিনৰ কাৰ্যসূচী নহয়, বৰঞ্চ শিক্ষাব্যৱস্থা, জবাবদিহিতা আৰু ভৱিষ্যৎক লৈ উদ্বিগ্ন এটা প্ৰজন্মৰ কণ্ঠস্বৰ।

শান্তিপূৰ্ণ আন্দোলন, একতা আৰু অংশগ্ৰহণ — এই তিনিটাই এতিয়া আলোচনাৰ কেন্দ্ৰবিন্দু।

আগন্তুক প্ৰতিবাদ ক’ত আৰু কেনেকৈ অনুষ্ঠিত হ’ব, সেই বিষয়ে তেওঁ আজি Instagram Live যোগে জনাব বুলি উল্লেখ কৰিছে।

এই বিষয়ে আপোনাৰ মত কি? নিজৰ কণ্ঠ তুলি ধৰা পৰিৱর্তনৰ আৰম্ভণি হ’ব পাৰে নেকি?

🇮🇳 গণতন্ত্ৰ কেৱল এটা শব্দ নহয়, ই আমাৰ অধিকাৰ।এজন মাকৰ ভয়, এজন সন্তানৰ কথা, আৰু এটা দেশৰ বাস্তৱতা..."মই আমেৰিকা যাওঁতে ম...
06/06/2026

🇮🇳 গণতন্ত্ৰ কেৱল এটা শব্দ নহয়, ই আমাৰ অধিকাৰ।

এজন মাকৰ ভয়, এজন সন্তানৰ কথা, আৰু এটা দেশৰ বাস্তৱতা...

"মই আমেৰিকা যাওঁতে মোৰ মাকে কান্দা নাছিল, কিন্তু ভাৰতলৈ ঘূৰি আহোঁতে তেওঁ ভয় পাইছিল..."

আপুনি কি ভাবিছে? মন্তব্যত লিখক 👇


06/06/2026

🚨 BREAKING | CNN EXCLUSIVE 🚨

✈️ Abhijit Depke Arrives in New Delhi

📍 New Delhi Airport | 📅 6 June 2026

From social media campaigns to public mobilization — a new political moment unfolds.

📚 Holding a book on Dr. B. R. Ambedkar, the message focuses on education, democracy, constitutional values, and peaceful public participation.

🗣️ Planned peaceful demonstration at Jantar Mantar.

🎥 Stay connected with Cockroach News Network (CNN) for updates.




Cockroach News Network

🚨 ব্রেকিং নিউজ | Cockroach News Network  🚨জনপ্ৰিয় সমাজকৰ্মী তথা পৰিবেশ আন্দোলনকাৰী ছোনাম ৱাংচুকে   ত যোগদান কৰাৰ ঘোষণা ...
04/06/2026

🚨 ব্রেকিং নিউজ | Cockroach News Network 🚨

জনপ্ৰিয় সমাজকৰ্মী তথা পৰিবেশ আন্দোলনকাৰী ছোনাম ৱাংচুকে ত যোগদান কৰাৰ ঘোষণা কৰিছে।

তেওঁ অহা ৬ জুনত নতুন দিল্লীৰ জন্তৰ মন্তৰত অনুষ্ঠিত হ’বলগীয়া শান্তিপূৰ্ণ প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আন্দোলনকাৰীসকলে এই প্ৰতিবাদৰ জৰিয়তে জনস্বাৰ্থ, পৰিবেশ সংৰক্ষণ আৰু গণতান্ত্ৰিক অধিকাৰৰ দাবী উত্থাপন কৰিব বুলি জানিব পৰা গৈছে।

📍 স্থান: জন্তৰ মন্তৰ, নতুন দিল্লী
📅 তাৰিখ: ৬ জুন
🎥 বিশেষ কভাৰেজ:

“শান্তিপূৰ্ণ প্ৰতিবাদ গণতন্ত্ৰৰ শক্তি” — আন্দোলনকাৰীসকলৰ মন্তব্য।




24/05/2026



Address

Dharamukh
Nagaon
782425

Alerts

Be the first to know and let us send you an email when Cockroach News Network posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share