Rajib Short Fun

Rajib Short Fun Welcome To The OFFICIAL page Of Rajib Short Fun ❤️

12/14 Fut room finished only 20000 (thousand rupees)
17/04/2026

12/14 Fut room finished only 20000 (thousand rupees)

14/04/2026

ছাগল চুৰ √ sagol sur!

12/04/2026

Baipass accident

Please support me 🙏
11/12/2025

Please support me 🙏

10/12/2025

Follow back to me 💕

22/10/2025


Target 3 million.

21/10/2025

আমি zubeen অনুৰাগী, যিসকলে আমাক বদনাম কৰি Miya বুলি তাছিল্য কৰি কৈ থাকে আমি জুবিন অনুৰাগী নহয়, আৰু মৃত্যুৰ পিছত অনুৰাগী হৈছোঁ, বা আমি প্ৰতিবাদ কৰিলে, নানান প্ৰশ্ন হুধে,
সিহঁতক এটা কথা কও আমাক আপোনালোকে zubeen dar কাৰণে যি কব তাকেই কৰি ,zubeen dar অনুৰাগী বুলি প্ৰমাণ কৰি দিম , লাগিলে জেল খাম ছহীদ হৈ যাম,তথাপিও জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰি যাম,কিবা ভুল কলে ভাই, ভাগিন, ভতিজা,বুলি ক্ষমা কৰি দিব ধন্যবাদ ।🙏

15/10/2025

#এইবাৰ আমি 2ndstepত আহোঁ। #দি Justice লিখিলেই 1.3 M ত ZARA বুলি আহে এই Qairina মালেছিয়াৰ এগৰাকী ১৩ বছৰীয়া ছাত্ৰী আছিল যিয়েই নিজৰ বিদ্যালয় হোষ্টেলৰ তৃতীয় মহলাৰ পৰা পৰি অস্বাভাৱিক মৃত্যু বৰণ কৰিলে ১৭ জুলাই ২০২৫ তাৰিখে যিটো পৰিয়াল আৰু কোনেও মানি নললে আৰু এক গণ আন্দোলনৰ সৃষ্টি হৈ আছে সমগ্ৰ বিশ্বত । এতিয়া যাৰাৰ নাম ললেই বিশ্বই ক্ষোভত ছিঞৰি উঠে জাষ্টিচ ফৰ যাৰা । বিশ্বৰ সকলো মিডিয়াই এতিয়া ক'ভাৰ কৰিছে টপিকতো। গতিকে সকলোৱে বুজি পাইছেই যে আমাৰো লক্ষ্য 1.3 M ত কৈও বেছি হওঁক বা হব লাগে যাতে গোটেই বিশ্বই এই বিষয়ে জানে। জুবিনদাৰ মনটো এখন খোলা সকলোৱে পঢ়িব পৰা সহজ সৰল কিতাপ আছিল জীৱনতো ৰাজহুৱা আছিল কিন্তু মৃত্যুৰ পিচত কিয় ইমান ৰহস্য আৰু জটিলতাৰ সৃষ্টি হ'ল। কি হৈছিল সকলোৱে জানিবলৈ বিচাৰে । দল সংগঠন জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে একে মুখে সেয়াই কৈছে সেয়াই বিচাৰিছে। এই কথাবোৰ বিশ্বৰ সকলো মিডিয়াৰ প্লেটফৰ্মত আলোচনা হওঁক তাৰ বাবেই লাগে ট্ৰেণ্ডিঙত প্ৰথম স্থানত আহক। #টাইপ কৰি Justice লিখিলেই প্ৰথম জুবিনগাৰ্গ নামটো আহি পৰক আৰু বিশ্ববাসীয়েও জানিবলৈ উৎসুক হৈ পৰক। ©পাপৰি বৰা

Papori Borah
da #জুবিন দা

Address

Chota Rupahi
Nagaon
782002

Alerts

Be the first to know and let us send you an email when Rajib Short Fun posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rajib Short Fun:

Share