Nibir popy mahanta

Nibir popy mahanta এইটো মোৰ আৰু মাৰ পেজ।।মই নিবিড়, মা পপী।।🌹🌹❤️❤️🙏🙏ফল' কৰিব সকলোৱে।।

04/07/2025

Good morning all
Have a good day ahead ♥️♥️🙏🙏

      all
02/07/2025

all

প্ৰত্যেক প্ৰেমে আপোন জনক আজীৱনলৈ নিজৰ কাষত বিচাৰে। সপোন দেখে দুয়ো একেলগে এটা জীৱন কটোৱাৰ। কিন্তু তাৰ পিছতো কেতিয়াবা কোনো...
30/06/2025

প্ৰত্যেক প্ৰেমে আপোন জনক আজীৱনলৈ নিজৰ কাষত বিচাৰে। সপোন দেখে দুয়ো একেলগে এটা জীৱন কটোৱাৰ। কিন্তু তাৰ পিছতো কেতিয়াবা কোনোবাই নিজৰ প্ৰেমক সুখী কৰিবলৈ এৰি দিব দিবলগীয়া পৰিস্থিতিৰ সন্মূখীন হয়।

মোক প্ৰশ্ন কৰে বহুতে
"যদি ইমানেই ভাল পাইছিলা তেন্তে আঁতৰি যাবলৈ কিয় দিলা !"
মই হাঁহি এটাৰে উত্তৰ দিওঁ
''প্ৰেম মানেই ইচ্ছাৰ বিৰুদ্ধে কাৰোবাক লগত ৰখাটো নহয়। প্ৰেমত যদি প্ৰেমী সন্তুষ্ট নহয় অথবা তেওঁ নিজৰ বাবে অন্য সুখৰ স্থান বাচি লয়, তেন্তে তেওঁক স্ব-ইচ্ছাৰে সুখী হ'বলৈ নিজৰ পৰা ত্যাগ কৰি দিয়াটোও প্ৰেম।

প্ৰেম কৰা যায়, প্ৰেমত অধিকাৰ সাব্যস্ত কৰিব নোৱাৰি
অধিকাৰত বন্ধী কৰি প্ৰেম কৰাক দাসত্বও বুলিব পাৰি।

তেওঁৰ মনত আছিল এটা আধৰুৱা সপোন,
হয়তো মোৰ মৰম, ভালপোৱাতকৈ সেইয়া ৰঙীন জীৱন
তেনেস্থলত কেনেকৈ তেওঁক কষ্ট দি কাষত ৰাখি থওঁ
ময়োতো তেওঁৰ সুখতে নিজৰ শান্তি বিচাৰি পাওঁ।
সেয়ে আগুৱাই যাবলৈ দি মই থমকি ৰ'লোঁ
দুখবোৰ মোলৈ থৈ তেওঁক সুখবোৰ দিলোঁ
পূৰণ হওক তেওঁৰ প্ৰতিটো হেঁপাহ
তেওঁৰ সপোনৰ পথত মোৰ সহস্ৰ আশীৰ্বাদ।

তেওঁক বিদায় দিয়াটোও সহজ নহয় অৱশ্যে
প্ৰতি ক্ষণত মোৰ হৃদয় বিষাদৰ জুইয়ে দহে
সপোন দেখা দুচকু অশ্ৰুৰ বানত ডুবে
গধুৰ উশাহবোৰে বুকত লুকা-ভাকু খেল খেলে।

তথাপিও, প্ৰেম মুক্ত, প্ৰেম স্বতঃস্ফূৰ্ত, প্ৰেম স্বাধীন
কেতিয়াবা কাৰোবাৰ দুখতকৈ কাৰোবাৰ আশাবোৰ চেষ্টা হৈ পৰে।
সেয়ে তেওঁক যাবলৈ দিয়াটোও মোৰ প্ৰেম
সেই প্ৰেম য'ত নিজকে ভাঙি কাৰোবাৰ বাবে সুখ গঢ়িব পৰি।"

সংগ্ৰহ...✅✅✅

30/06/2025

Good morning

29/06/2025

#যি সূৰ্যক আমি ঠাণ্ডাত আবেগ ভৰাই বিচাৰো সেই সূৰ্যক গৰমৰ দিনত অৱহেলা কৰো।।কাৰণ আমি যে মানুহ।।🤗🤗

Address

Nagaon

Alerts

Be the first to know and let us send you an email when Nibir popy mahanta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share