LIVE ASSAM

LIVE ASSAM Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from LIVE ASSAM, News & Media Website, Dr, Huze Road, New Mission Market, Nagaon.
(2)

সদনত দাখিল ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদনজনজাতিকৰণক লৈ প্রতিবেদন দাখিল হ'ল বিধানসভাত
29/11/2025

সদনত দাখিল ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন
জনজাতিকৰণক লৈ প্রতিবেদন দাখিল হ'ল বিধানসভাত

29/11/2025

♦️বাধাৰ প্ৰাচীৰ ভাঙি অসম তথা নগাঁৱৰ যুৱতী চিমু দাসে কঢ়িয়ালে সফলতা
♦️শ্রীলংকাৰ কলম্বোত প্ৰথমবাৰ বাবে ভাৰতীয় দলৰ হৈ টি-২০ বিশ্বকাপ ক্রিকেটত চমক সৃষ্টি

29/11/2025

BTC সচিবালয়ৰ প্ৰৱেশদ্বাৰ ভাঙি প্ৰৱেশ প্ৰতিবাদকাৰীৰ। প্ৰৱেশদ্বাৰ ভাঙি চূৰমাৰ কৰি প্ৰতিবাদ। BTCৰ নেতাই জনজাতিকৰণৰ বিৰোধিতা নকৰাত ক্ষুন্ন শিক্ষাৰ্থী।

29/11/2025

⭕ চকুৰ সন্মুখতে ভাঙি তচনচ কৰিলে সপোনৰ ঘৰখন
⭕ উচ্চদিতই মাথো চকু থৰ কৰি চাই ৰ'ল বুলড্ৰ'জাৰৰ কোব
⭕ মধ্য অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান

29/11/2025

♦️বুলডজা’ৰ লৈ প্ৰশাসনে ভঙিলে মছজিদ
♦️ভঙা মছজিদৰ সন্মুখত শেষ বাৰৰ বাবে উচ্ছেদিতই আদায় কৰিলে নামাজ
♦️এই দৃশ্য কামপুৰৰ লুটুমাৰি সংৰক্ষিত বনাঞ্চলৰ বেদখলকৃত অঞ্চলৰ

29/11/2025

🟥 যোৰহাটত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা।

29/11/2025

মধ্য অসমত চলিছে বৃহৎ উচ্ছেদ অভিযান

29/11/2025

🟥 কাইলৈ ঢকুৱাখনাৰ আকাশ-বতাহ মুখৰিত হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী গীতেৰে

29/11/2025

♦️'চৰকাৰে অৰ্ডাৰ দিছে ঘৰ ভাঙিছে, আমি ইমান দুখ পোৱা নাই'
♦️'কিন্তু আমাৰ কলিজাৰ টুকুৰা মছজিদটো ভাঙিছে আমি বহুত দুখ পাইছো'
♦️লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ বেদখলকৃত ভূমি থকা নতুন বজাৰ আঞ্চলিক মছজিদ ভঙাৰ পিছতে ৰাইজৰ প্ৰতিক্ৰিয়া

29/11/2025

🛑 শিক্ষাৰ্থীৰ ভবিষৎ জীৱনৰ উদ্দেশ্যৰ মূলতেই হল উপযুক্ত লক্ষ্য।
🛑 লক্ষ্য স্থান দৃঢ় কৰা , সৎ পথ অৱলম্বন কৰাৰ বাবে সুদৃঢ় পথ কিদৰে নিৰ্ণয় কৰিব পাৰি ,সেই
🛑 উদ্দেশ্য আগত ৰাখি মাৰোৱাৰী যুৱ মঞ্চই ,নগাঁৱৰ আগশাৰীৰ শিক্ষা অনুষ্ঠান খ্ৰাইষ্টজ্যোতি স্কুলত অনুষ্ঠিত কৰিলে এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠান

Address

Dr, Huze Road, New Mission Market
Nagaon
782001

Alerts

Be the first to know and let us send you an email when LIVE ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to LIVE ASSAM:

Share