Assam Kondoli

Assam Kondoli Jayanti Bora , K N B road, Amula patty Nagaon
(5)

22/08/2026

আহাৰ খোৱাৰ এঘণ্টা আগত আৰু পিছত পানী খোৱাটো নিৰোগীকৈ ৰখাটো শৰীৰৰ আৱশ্যকীয় যতন
এই হাঁহকেইটাক দেখিলোঁ সিহঁতে এতিয়া পানী খাই ফিল্ডৰ মাজ ভাগত গৈ শোৱা দেখিছোঁ



22/08/2026

ইমান সৰু তাঁতশাল যে দেখিলে আচৰিত হ'ব। নগাঁও ছোট কন্দলীৰ মেকমোহন শইকীয়াই নিজ হাতেৰে তাঁতশালৰ সজুঁলি তৈয়াৰ কৰি এখন মাত্ৰ ৰুমাল বৈ উলিওৱা বহলৰ তাঁতশালখন। ভৱিষ্যতে নমুনাৰ বাবে সংৰক্ষণ কৰি ৰাখিব পাৰে




এখন আঙুলিৰে এবেগেতমান হ'ব তাঁতশাল
22/08/2026

এখন আঙুলিৰে এবেগেতমান হ'ব তাঁতশাল



22/08/2026
22/08/2026

কৰ্মশালাত শিকোৱা অসমৰ সুকণ্ঠী গায়িকা সন্মানীয় তৰালি শৰ্মা বাইদেউৰ গীতটো শিকিব পাৰিব





22/08/2026

আমি একো কৰিব নোৱাৰিলেও অকণমান আশীৰ্বাদ ইয়াৰ বাবে নিশ্চয় কৰিব পাৰোঁ 👏
পুনৰ পুনৰ মোৰ পাছফালৰ দুৱাৰ মুখলৈ আহি চিঞৰি চিঞৰি সহায় বিচাৰিলে চৰাইটোৱে





22/08/2026

আজি পুৱা প্ৰায় ৮ মান বজাত মোৰ পাছে পাছে আহে এই চৰাইটো
ইয়াৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব please 🙏🙏🙏





Shout out to my newest followers! Excited to have you onboard! Emma Sabella, Percenie Navarro, আব্দুল সাত্তার ফরাজী, Ate...
21/08/2026

Shout out to my newest followers! Excited to have you onboard! Emma Sabella, Percenie Navarro, আব্দুল সাত্তার ফরাজী, Ate Nasimah, Karan Rijal, Ricardo S Bernabe, Somina Begum

Address

KNB Road
Nagaon

Website

Alerts

Be the first to know and let us send you an email when Assam Kondoli posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share