17/03/2026
পৱিত্ৰ ঈদৰ প্ৰাকমুহূর্তত মুছলমানলৈ ভাল খবৰ।
নামাজ আদায় কৰাৰ সময়ত মুছলমানক কোনেও বাধা দিব নোৱাৰিব। নামাজিৰ সুৰক্ষাৰ দায়িত্ব ল'ব লাগিব আৰক্ষী-প্ৰশাসনে। মুছলমানৰ ধৰ্মীয় কাম-কাজত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব।