দেহামুনু ১৯

দেহামুনু ১৯ moi aku najanileu jikhini parim khai khiniye bilaii dibo bisaru.. mane shiksha..!

🍂Content creator 👉🏻 দেহামুনু পেজলৈ সমূহ ৰাইজকে স্বাগতম জনালো 🙏🙏সকলোৱে মৰম ❤️আৰু আৰ্শীবাদ দিব🙏মোৰ পেজত আপোনালোকে কিছু গল্প যেন অনুভৱ হোৱা জীয়া কাহিনীৰ লগতে হাঁহি ধেমালিৰ পোষ্টসমূহ দেখিবলৈ পাব ।। ভিডিঔসমূহ চাই ভাল লাগিলে ফ’ল’কৰি ল’ৱ ॥ধন‍্যবাদ

14/06/2025

Hi everyone! 🌟 You can support me by sending Stars – they help me earn money to keep making content that you love.

Whenever you see the Stars icon, you can send me Stars.

With Sofikul Islam – I'm on a streak! I've been a top fan for 6 months in a row. 🎉
13/05/2025

With Sofikul Islam – I'm on a streak! I've been a top fan for 6 months in a row. 🎉

বহাগ মানেই ৰং ,স্ফূৰ্তি আৰু হাঁহি ,ধেমালি 😍 বহাগ মানেই প্ৰকৃতিৰ নতুন পোহৰ ,প্ৰকৃতিয়ে কোমল পাতেৰে ,কুলিৰ কোমল মাতেৰে সকলো...
16/04/2025

বহাগ মানেই ৰং ,স্ফূৰ্তি আৰু হাঁহি ,ধেমালি 😍 বহাগ মানেই প্ৰকৃতিৰ নতুন পোহৰ ,প্ৰকৃতিয়ে কোমল পাতেৰে ,কুলিৰ কোমল মাতেৰে সকলোকে কৰি তুলে উৎফুলিত । এইয়াই আমাৰ মৰমৰ ৰঙালী , গতিকে এপাক ককাল ঘূৰাই নাচিব নাপালে দেখোন ৰঙালী যেন নালাগিব । সেয়েহে উলালো হাতত জাপিটি লৈ এপাক নাচি আহো
বুলি🩷











04/04/2025

Ghibli ফটোবোৰ দিওঁতে সাৱধান দেই 🥴 মহিলাৰ দেহৰ অংগত পৰিধান কৰা কাপোৰ গৈ পুৰুষৰ দেহত লাগি গৈছে 🤓 ৰাতি আমাৰ দৰে নিশাচৰ প্ৰাণীৰ চকুত পৰিলে হাঁহি হাঁহি সেইফালে অৱস্থা কাঢ়িল হৈ যায় 😂 মানে👉🏻মু..নি উলাই যায় 🤓😂

04/04/2025

কি খবৰ মোৰ পেজৰ ৰাইজসকল ..সকলো ভালে আছে নে..?? সকলো ভালে থাকক আৰু সুন্দৰ সুন্দৰ পোষ্ট আপলোড কৰি গৈ থাকক 🙏 মই সাঁথৰ লৈ আহি আছো অলপ পাছত উত্তৰটো দি যাব সকলোৱে 🙏😍🤓🤓

কিবা মেলা হৈ থকা যেন লাগিছিল আজিৰ বজাৰখন দেখি 😍 বিহুৰ বাবে বজাৰ কৰি আছে সকলোৱে ..♥️
03/04/2025

কিবা মেলা হৈ থকা যেন লাগিছিল আজিৰ বজাৰখন দেখি 😍 বিহুৰ বাবে বজাৰ কৰি আছে সকলোৱে ..♥️




তলৰ ফটোখনত দেখা আটাইতকৈ ভাল লগা দৃশ‍্যটো এবাৰ লক্ষ‍্য কৰক ..♥️ কমেন্ট কৰিব যদি বুজিব পাৰিছে ..
02/04/2025

তলৰ ফটোখনত দেখা আটাইতকৈ ভাল লগা দৃশ‍্যটো এবাৰ লক্ষ‍্য কৰক ..♥️ কমেন্ট কৰিব যদি বুজিব পাৰিছে ..

যাবলৈ নিদিবা ৰাখিবা ধৰি ..👩‍❤️‍💋‍👨“““““““““
24/03/2025

যাবলৈ নিদিবা ৰাখিবা ধৰি ..👩‍❤️‍💋‍👨














ফাকুৱা খেলি বিলৰ পাৰত বহি আছো ,আজি বহু ৰঙীন  হৈ পৰিছে  মানুহবোৰ 🤩  তাকে চাই আছো মইয়ো। “““““““““
14/03/2025

ফাকুৱা খেলি বিলৰ পাৰত বহি আছো ,আজি বহু ৰঙীন হৈ পৰিছে মানুহবোৰ 🤩 তাকে চাই আছো মইয়ো।









12/03/2025

সিদিনা দিয়া সাথঁৰটোৰ উত্তৰ আছিল ..👉🏻পিয়াজ😂😂কালি দিনৰ ১ বজাত আৰু এটি জমনি সাঁথৰ লৈ আহিম 🫢🤓

Address

Nagaon(Assam)
Nagaon
782103

Website

Alerts

Be the first to know and let us send you an email when দেহামুনু ১৯ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share