জীৱনৰ কিছু সুখ দুখ jibonor kisu xukh dukh

  • Home
  • India
  • Nagaon
  • জীৱনৰ কিছু সুখ দুখ jibonor kisu xukh dukh

জীৱনৰ কিছু সুখ দুখ jibonor kisu xukh dukh আহকচোন অচিনাকিৰ পৰা চিনাকি হওঁ
সকলোৱেই মিলি জীৱনৰ কিছু জনা নজনা
সুখ দুখৰ কথা পাতনি মেলো ��
��

16/02/2025

😢😭 না খাবলৈ খাদ্য আছে না থাকিবলৈ ঘৰ আছে ..
তথাপিও মানুহে এওঁলোকক অত্যাচাৰ কৰে ..🥀😢

16/02/2025

আপুনি যদি প্ৰেম সচাঁ মনৰ পৰা কৰিছে তেতিয়া হলে এই ভিডিটো চাওকচোন এবাৰ আৰু যদি আপোনাৰ সচাকৈ ভাল লাগে ভিডিটোৰ কাহিনী ,তেন্তে অলপ ভিডিটো লাইক এটা কৰি চেয়াৰ কৰিব যাতে আন এজনে চাবলৈ পাৰে ধন্যবাদ 🙏🏼 ❤️🫶💔🥀😢😭
Asamese sed love story 😢 💔

15/02/2025

বন্ধু বান্ধৱীসকল আপোনালোকে কিছুমান ফাল্টু ভিডিঅ চাই সময় নষ্ট কৰি থাকে ,কিন্ত এনেকুৱা ভিডিবোৰ চাবলৈ হে সময় নহয় ,অনুৰোধ কৰিছো এই ভিডিটো এবাৰ চাব আৰু এনেকুৱা সাধাৰণ দুখীয়া ঘৰৰ সৰু ,সৰু লৰা ছোৱালী বোৰক এই মহান মানুহজনৰ দৰে অলপ মানৱতা জীয়াই ৰাখি সহায় কেনেকৈ কৰিব পাৰি সেই চেষ্টা আৰু আদৰ ৰাখিব বুলি আশা কৰিলো লগতে মইও চেষ্টা কৰিম এনে ধৰনৰ সাধাৰন মানুহবোৰক কথা দিলো ধন্যবাদ 🙏🏼😢

এইবোৰ টেষ্টি খাদ্য সকলোৱে মানুহে খাবলৈ নাপাই ...😢
15/02/2025

এইবোৰ টেষ্টি খাদ্য সকলোৱে মানুহে খাবলৈ নাপাই ...😢

এজন মানুহে আন এজন মানুহৰ বদনাম তেতিয়াই কৰে ,যেতিয়া হাজাৰ চেষ্টা কৰিও সেইজনৰ সমান হব নোৱাৰে ।
15/02/2025

এজন মানুহে আন এজন মানুহৰ
বদনাম তেতিয়াই কৰে ,
যেতিয়া হাজাৰ চেষ্টা কৰিও
সেইজনৰ সমান হব নোৱাৰে ।

কেতিয়াও প্ৰতিশোধ লোৱাৰ কথা নাভাবিবা ইতিহাস সাক্ষী আছে ,কোনোবাই তোমাক বিনা কাৰনত কষ্ট দিলে , এদিন নহয় এদিন তাৰ শাস্তি পা...
13/02/2025

কেতিয়াও প্ৰতিশোধ লোৱাৰ কথা নাভাবিবা ইতিহাস সাক্ষী আছে ,কোনোবাই তোমাক বিনা কাৰনত কষ্ট দিলে , এদিন নহয় এদিন তাৰ শাস্তি পাবই আৰু ভুলৰ বাবেই অনুতপ্ত হবই..✍️

মানুহেই মানুহৰ ঔষধ ।কোনোবাই সুখ দিয়ে আৰু কোনোবাই দুখ ।✍️ #জীৱনৰ_কিছু_সুখ_দুখ
12/02/2025

মানুহেই মানুহৰ ঔষধ ।
কোনোবাই সুখ দিয়ে
আৰু কোনোবাই দুখ ।✍️
#জীৱনৰ_কিছু_সুখ_দুখ






11/02/2025

সাধাৰন মানুহবোৰ মানুহ নহয় নেকি ,
কিছুমান মানুহে জাৱৰ জোথৰ লগত
তুলনা কৰি বহুত অৱহেলা কৰে কিয় ,
আমিটো একেইখন নাওৰে যাত্ৰী তাৰ পিছটো এক হৈ থাকিব নিবিছাৰে ,আমি সকলোৱেই এদিন পৃথিৱী এৰি বিদায় লব লাগিব তথাপিও কিয় বাৰু মানুহে মানুহক ঘৃণ কৰে ...🥀😢🙏🏼
✍️মোৰ প্ৰথমটো লিখনিৰ post ভাল পালে মৰম দি যাব লগতে পেজখন নিজৰ কৰি লব ধন্যবাদ ...🙏🏼

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when জীৱনৰ কিছু সুখ দুখ jibonor kisu xukh dukh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share