NabaDeep অসম

NabaDeep অসম নমস্কাৰ❤️

03/09/2025

আগন্তুক বিটিআৰ নিৰ্বাচনত ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ বাবে আমাৰ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা মিনন মোছাহাৰী ডাঙৰীয়াক জিলা বিজেপিৰ সভাপতি সুনীল বসুমতাৰী ডাঙৰীয়াই দলীয় টিকট প্ৰদান কৰাৰ মূহুৰ্তত ওদালগুৰি জিলাৰ মাননীয় অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াৰ সৈতে উপস্থিত থাকো।

Himanta Biswa Sarma
Dilip Saikia
Pijush Hazarika
BJP Assam Pradesh
BJP Udalguri District

03/09/2025

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ আমাৰ শ্ৰদ্ধাৰ দিলীপ শইকীয়া ডাঙৰীয়ালৈ ভাৰতীয় জনতা পাৰ্টি নগাঁও জিলাৰ তৰফৰ পৰা ওপজা দিনৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।

Dilip Saikia
BJP Assam Pradesh

03/09/2025
01/09/2025

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় সভাপতি, সন্মানীয় সাংসদ তথা সুদক্ষ নেতা শ্ৰদ্ধাৰ দিলীপ শইকীয়া ডাঙৰীয়াক ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

অসমত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত আপোনাৰ যি বলিষ্ট ভূমিকা সেয়া নিতান্তই আদৰণীয়। আপোনাৰ বলিষ্ঠ নেতৃত্ব আৰু দুৰদৰ্শী চিন্তাধাৰাই আমাক যথেষ্ঠ অনুপ্ৰেৰণা যোগাই আহিছে।
আগন্তুক দিনতো ৰাইজৰ হৈ সেৱা কৰি যাবলৈ মা কামাখ্যাই আপোনাক সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ অধিকাৰী কৰি তোলক আজিৰ এই শুভ দিনটোত তাকে কামনা কৰিলো।

Dilip Saikia

31/08/2025
30/08/2025
30/08/2025

Address

Nagaon

Alerts

Be the first to know and let us send you an email when NabaDeep অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share