23/06/2025
যিজন মানুহৰ কাৰণে দুটা সমষ্টি ৰূপহী আৰু চামগুৰি সমষ্টিত টকাৰ লেনদেন কৰি BJP আৰু AGP দংশ কৰি দিলে। সেই মানুহ জনক লৈ পেলায় আজি এখন সভাত Live ত দেখা পালো মুজিবুৰ ৰহমানক মানুহে চি চি চি দিলে...
মুজিবুৰ ৰহমানক লৈ বিধায়ক ডাঙৰীয়াই সভাখন কেনেকৈ কৰিলে?
বিধায়ক ডাঙৰীয়া এতিয়াও সময় আছে ৰাইজে বেয়া পোৱা মানুহ জনক আতৰাই আপুনি নিজে কাম কৰক