Rose bely

Rose bely Kalkata India

09/10/2025

Good morning
শুভ প্ৰভাত

08/10/2025

যি মানুহৰ মগজুয়ে কাম নকৰে, সেই জন মানুহে কিবা হেৰুৱাৰ ভয়ত মুখেৰে আবুল তাবুল বকিব দৰে, এইয়াই হৈছে আমাৰ দেশৰ নিয়ম।

08/10/2025

আমি কোনখন দেশত যে বাস কৰোঁ, কিবা এটা বিচাৰিব লগা হলে, নিজেই অপৰাধী হৈ যাব লগা হয়, তাৰ পিছত জেলত যাব লগীয়া হয়, বা: বা:

07/10/2025

আমি বিশ্বাস কাক নো কৰিম, কাৰণ মৃত্যু নামৰ বাক্য টো অলপ সময়ৰ বিনিময়ত বেছি মৰম কৰা মানুহেই দিয়ে, কিন্তু সেই মৃত্যু নামৰ বাক্য টো চিৰ জীৱনৰ কাৰণে আমি আমাৰ নতুন প্ৰজন্মই শুনিব লগা হৈ থাকে।

Good morning শুভ প্ৰভাত Everyone
07/10/2025

Good morning
শুভ প্ৰভাত
Everyone

05/10/2025

Good Morning #

08/07/2025

আমি কেতিয়াও কাৰো বেয়া দিনক লৈ ধেমালি কৰিব নালাগে, কাৰণ সেই বেয়া দিনৰ সন্মুখীন কেতিয়াবা আমাৰো হব পাৰে। গতিকে আমি ভাল বেয়া সকলোকে সম মৰ্যাদাৰে চাব লাগিব, তেতিয়াহে আহি থকা দিন বোৰ ভালে কৌশলে যাব।

08/07/2025

ধৈৰ্য্য, কষ্ট, কৰ্ম, চেষ্টা, পৰিশ্ৰমৰ, ফলত আমি এটা বস্তু কিনি আনিব পাৰি, সেইটো হৈছে আমাৰ সুখ।

07/07/2025

বেলেগে কি কয় কৈ থাকক তাত আপুনি হতাশ হব নালাগে, নিজে কি ভাবিছে সেইটো লৈ আপুনি সুখী থাকক। কাৰণ এতিয়াৰ দিন বিলাক স্বাৰ্থৰ পৃথিৱী।

06/07/2025

Follow to follow

06/07/2025

Follow back to back

05/07/2025

আজিৰ দিনত ক্ষমতা যাৰ হাতত আছে, লাগিলে মূৰ্খ হওঁক তথাপিও নিজৰ ক্ষমতাৰ বলত কিছুমান নিৰ্দোষী মানুহক দোষী সজাই দুখীয়া মানুহক অত্যাচাৰ কৰে। এইয়া কিন্তু আজিৰ দিনত।

Address

Vill/Moiradhaj, Po/Rowmari Bill, Ps/Dhing, Dist/Nagaon
Nagaon
782123

Website

Alerts

Be the first to know and let us send you an email when Rose bely posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share