BIBHA MAMI BORA

BIBHA MAMI BORA মোৰ ফেচবুক প্ৰাগ ৰাইজৰ সকলোকে নমস্কাৰ জনাই🙏🙏🪔😭 মায়া বিনি নিসাৰ ৰাতি..,🎸🎤❤️জয় জোবিন দা জয় জোবিন দা।https://www.facebook.com/profile.php?id=61574738009232

28/03/2026

Celebrating my 1st year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

শুভ আবেলি অলপ ফোৰিব আহিলো সাগৰৰ পাৰলৈ.❤️❤️❤️❤️😀😀😀       ゚viralシalシ
23/03/2026

শুভ আবেলি অলপ ফোৰিব আহিলো সাগৰৰ পাৰলৈ.❤️❤️❤️❤️😀😀😀




゚viralシalシ

যেতিয়ালৈকে আপুনি নিজৰ ভাল লগা বোৰ নকৰি আনৰ ভাল লগা কথা বোৰ ভাৱে বা আনৰ সকলো কথাতে হয় বুলি কৈ আনৰ মতে চলে তেতিয়ালৈ আপু...
17/03/2026

যেতিয়ালৈকে আপুনি নিজৰ ভাল লগা বোৰ নকৰি আনৰ ভাল লগা কথা বোৰ ভাৱে বা আনৰ সকলো কথাতে হয় বুলি কৈ আনৰ মতে চলে তেতিয়ালৈ আপুনি ভাল, আৰু যেতিয়া আপুনি নিজৰ ভাল লগাবোৰ কৰিব লয় নহলে আনৰ কথাত ভূল শুদ্ধ ধৰিবলৈ লয় তেতিয়া আপুনি সকলোৰে মনত বহুত বেয়া , কিন্তু দুখ মানুহৰ তেতিয়া বেছি লাগে যেতিয়া সকলো ত্যাগ কৰি আহি এজনী নাৰী এ যিমান পাৰে ভাল কৰিবলৈ যত্ন কৰিলেও যে সদায় কমি উলাই আৰু সদায় তানা দিয়ে তেতিয়া আৰু কবলৈ ভাষা নাই মানুহক যিমান যি কৰিলেও সন্তুষ্ট কৰিব নোৱাৰি সেইবাবেই ভাল কৰিলেও যিহেতু বেয়া এ নাম দিয়ে তেতিয়াহলে বেয়া কৰি বেয়া নাম লোৱা এ ভাল, এটা কথা মই ভালকেই বুজিলোঁ যে নিজে নিজক সদায় মৰম কৰিব লাগে আৰু সুখী ৰাখিব লাগে আনৰ ভাল লগা কথা ভাৱি জীৱনতো পাৰ কৰি একো লাভ নাই, কাৰণ মৃত্যু আহিলে অকলে যাব লাগিব, বেলেগে লগত নেজাই সেইবাবেই নিজে নিজৰ যত্ন লওঁক☺️
হৰ হৰ মহাদেৱ 🙏


゚viralシalシ


সু প্ৰভাত জনালোঁ মৰমৰ বন্ধু বান্ধৱী সকল। সকলোৰে দিনটো শুভ হওঁক মঙ্গল হওঁক তাকেই কামনা কৰিছোঁ 🙏🙏       ゚viralシalシ
11/03/2026

সু প্ৰভাত জনালোঁ মৰমৰ বন্ধু বান্ধৱী সকল। সকলোৰে দিনটো শুভ হওঁক মঙ্গল হওঁক তাকেই কামনা কৰিছোঁ 🙏🙏




゚viralシalシ

07/03/2026

Good afternoon ✅

04/03/2026

Happy 🫟🫟 holi

শুভ দুপৰিয়া বগৰি লৈ বহিছো দেই।🍒🥰       ゚viralシalシ
02/03/2026

শুভ দুপৰিয়া বগৰি লৈ বহিছো দেই।🍒🥰




゚viralシalシ

শুভ ৰাতি পোৱা আহিলো বজাৰলৈ বজাৰ কৰিবলৈ।🥭🍒🥦🍌🦈
02/03/2026

শুভ ৰাতি পোৱা আহিলো বজাৰলৈ বজাৰ কৰিবলৈ।🥭🍒🥦🍌🦈





02/03/2026

Good morning friends ☀️

01/03/2026

Good evening friends ✅🎯

শুভ সন্ধিয়া সকলোকে শুভেচ্ছা জনালোঁ ব'হাগ বিহু পালেহি ঐ।🎯🌆❤️
01/03/2026

শুভ সন্ধিয়া সকলোকে শুভেচ্ছা জনালোঁ ব'হাগ বিহু পালেহি ঐ।🎯🌆❤️





শুভ সন্ধিয়া কামৰ পৰা আহিলো দেই কাৰোবাক পিয়াজ লাগিলে জনাব। এই বাৰ খেতি কৰি বহুত বেছি পিয়াজ পালোঁ.🧅🧅🧅🧅🧅
27/02/2026

শুভ সন্ধিয়া কামৰ পৰা আহিলো দেই কাৰোবাক পিয়াজ লাগিলে জনাব। এই বাৰ খেতি কৰি বহুত বেছি পিয়াজ পালোঁ.🧅🧅🧅🧅🧅

Address

লংকা
Nagaon

Website

Alerts

Be the first to know and let us send you an email when BIBHA MAMI BORA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share