Asom News 24

Asom News 24 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Asom News 24, Media/News Company, Nagaon.

21/10/2025

শ্ৰী কৃষ্ণলীলা বোলছবি -২.
পৰিচালক-- ড°ৰুক্মিণী বৰা।
শুভমুক্তি - অহা 5 ডিচেম্বৰ।

14/10/2025

সাহিত্য-সমাজ-সাংস্কৃতিক সেৱা মঞ্চ অসমৰ বঁটা বঁটা প্ৰদান নগাওঁঃ অসমৰ অন্যতম অগ্ৰনী অনুষ্ঠান সাহিত্য-সমাজ-সাংস্কৃতিক সেৱা মঞ্চ অসমৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবাৰো ২০২৪/২৫ বৰ্ষৰ অসম জ্যোতি সন্মান বঁটা/ভাৰত ৰত্ন ড°ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা আৰু সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাৰ্চায্য সন্মান বঁটা আনুষ্ঠানিক ভাবে যোৱা ১২/অক্টোৱৰত নগাওঁ পৰ্যটন কেন্দ্ৰত প্ৰদান কৰা হয়। বঁটাৰ বাবে নিৰ্বাচিত হোৱা বিশিষ্ট কবি-লেখক-সমাজসেৱী বিপুল ভট্টাৰ্চায্য /ভীষ্ম দূলৰ্ভ মহন্ত/জগমোহন শৰ্মা/কাৰুণ্য ভট্টাৰ্চায্য/অনিমা দেৱনাথ/নবীন কলিতা/বেনুধৰ তছা/জেঠু গঞ্জু/জেউতী হাজৰিকা/পুলিন হাজৰিকা/প্ৰমোদ ৰাম ভট্টাৰ্চায্য/ৰিণ্টু দাস/অনু কোঁৱৰ সিংহ/লালবাবু ৰায়/ইয়াকুৱ আলি/বসন্ত শইকীয়া/জোনালী বৰ্মন/দিলীপ শৰ্মা/সুচিত্ৰাৰাভা সাহা/ৰত্না দেৱী বৰুৱা/ ডালিমী ডেকা চৌধুৰীকে আদি কৰি ২০/গৰাকীক বটা প্ৰদান কৰা হয় প্ৰেৰক/জয়ন্ত শইকীয়া-কেন্দ্ৰীয় সম্পাদক/সাহিত্য-সমাজ-সাংস্কৃতিক সেৱা মঞ্চ-অসম-৮১৩৫০২০২০৫

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when Asom News 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share