Time100 Axom Northeast Digital

Time100 Axom Northeast Digital Time100Axom Northeast Digital
Portal Channel নিৰপেক্ষ বাতৰি

02/07/2026

ধিঙত দিন-দুপৰতে ঠিকাদাৰক দা/ৰে আ/ক্ৰ/ম/ণ, কৰা সম্পূৰ্ণ বিৱৰণ পৰিয়ালৰ লোকে।

02/07/2026
30/06/2026

ধিং সোনাইবেৰা পঞ্চায়ত কাৰ্যালয়ত GRS আব্দুল মান্নানৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰে সোনাইবেৰা গাঁৱৰ একাংশ দৰিদ্ৰ লোকে।

30/06/2026

জুৰীয়া আজৱ প্ৰেমৰ গজৱ কাহিনী
প্ৰেমিকাক নাপাই মোবাইল টাৱাৰত উঠি আত্মহত্যাৰ চেষ্টা চলোৱা এজন যুৱকক কেন্দ্ৰ কৰি জুৰীয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

29/06/2026

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ ৰৌমাৰী ৰূপহী গাওঁ পঞ্চায়তৰ উপ-সভাপতিৰ বিজেপিত যোগদান।

29/06/2026

সেউজীকৰণ হ'ব নগাঁও-বট্টদ্ৰবা সংযোগী পথ
নগাঁৱৰ কেইবাটাও স্থানত বৃক্ষৰোপণ কৰে জিলা আয়ুক্ত দেবাশীষ শৰ্মাই।

29/06/2026

নগাঁৱৰ কাছমাৰীৰ ১৬ বিঘা ভুমিক লৈ ৰহস্য জনক কাজিয়া!

দেবজিত লস্কৰ বনাম আপতাৰ হুছেইনৰ কাজিয়া!

১৬ বিঘা আঠ লোচা মাটিক লৈ দুয়োপক্ষৰ তীব্ৰ অৰিয়াঅৰি!

দেবজিত লস্কৰে কিয় ভয় ভাবুকি প্ৰদান কৰিছে আপতাৰ হোছেইনক!

আপতাৰ হুছেইনে কাৰ পৰা কিনি লৈছে ১৬ বিঘা আঠ লেচা মাটি?

উভয় পক্ষৰ থানাত গোচৰ! আৰক্ষীয়েও লৈছে ৰহস্যজনক ভুমিকা!

সংবাদ মেলত আপতাৰ হুছেইনৰ কিছু মন্তব্য আগবঢ়াইছো।

29/06/2026

কচাই খানত গো মাংস সহ এজনক আটক কৰে আৰক্ষীয়ে।

29/06/2026

চতিয়ান গাওঁ পঞ্চায়ত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহৰ নামত ২০ হাজাৰ টকা দাবীৰ অভিযোগ,
দ্বিতীয় কিস্তিৰ ধন মুকলি কৰাৰ নামত এইবাৰ উৎকোচ বিচাৰি ওলাই আহিল পঞ্চায়ত সভানেত্ৰীৰ স্বামী জিয়াবুৰ ৰহমান আৰু জি পি চি আমিনুল ইছলাম।

Address

Nagaon
Nagaon
782002

Alerts

Be the first to know and let us send you an email when Time100 Axom Northeast Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share