GREEN VILL LIFE

GREEN VILL LIFE গাঁৱৰ সেউজীয়া পৃথিৱীখনৰ এক মৰমৰ যাত্ৰা। ইয়াত পাব প্ৰকৃতিৰ সৰলতা আৰু গ্ৰাম্য জীৱনৰ মিঠা অনুভৱ।

25/03/2026

"নমস্কাৰ বন্ধু-বান্ধৱীসকল! 🙏
আমাৰ অসমীয়া গাঁৱৰ সেউজীয়া পৃথিৱীখনক এখন ধুনীয়া ৰূপত আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ মই আজি এই 'Green Vill Life' পেজটো আৰম্ভ কৰিলোঁ। 🌱🏡
​ইয়াত আপোনালোকে আমাৰ গ্ৰাম্য জীৱনৰ সৰলতা, প্ৰকৃতিৰ সুন্দৰ দৃশ্য আৰু আমাৰ সংস্কৃতিৰ কিছু মিঠা ভিডিঅ’ পাব। আপোনালোক সকলোৰে সহায় আৰু মৰম বিচাৰিলোঁ। অনুগ্ৰহ কৰি পেজটো Follow আৰু Share কৰি দিব বুলি আশা কৰিলোঁ।
​ধন্যবাদ। 💚"

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when GREEN VILL LIFE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share