Binodan

Binodan Get the latest cultural News, Interviews and Gossip.Watch us for exclusive content & latest releases

ৰৈ ৰৈ বিনালে...সময়সূচী আৰু চিনেমা হল..
30/10/2025

ৰৈ ৰৈ বিনালে...সময়সূচী আৰু চিনেমা হল..

অহাকালি "ৰৈ ৰৈ বিনালে"ৰ দ্বিতীয়টো গীত "সপোন সপোন"য়ে লাভ কৰিব মুক্তি…Zubeen Garg
14/10/2025

অহাকালি "ৰৈ ৰৈ বিনালে"ৰ দ্বিতীয়টো গীত "সপোন সপোন"য়ে লাভ কৰিব মুক্তি…
Zubeen Garg

09/10/2025

Zubeen Garg Papon Binodan

থিয়েটাৰ সূৰ্য্যই ঘোষণা কৰা (মায়াবিনী ৰাতিৰ বুকুত...) সিদ্ধান্ত বাতিল।
28/09/2025

থিয়েটাৰ সূৰ্য্যই ঘোষণা কৰা (মায়াবিনী ৰাতিৰ বুকুত...) সিদ্ধান্ত বাতিল।

ভেনিচ আন্তৰ্জাতিক ফিল্ম মহোৎসৱত অসম সন্তান জনপ্ৰিয় অভিনেতা  #আদিল_হুছেইনৰ সৈতে অভিনেতা  #মেডচ_মাইকেলচনAdil Hussain
31/08/2025

ভেনিচ আন্তৰ্জাতিক ফিল্ম মহোৎসৱত অসম সন্তান জনপ্ৰিয় অভিনেতা #আদিল_হুছেইনৰ সৈতে অভিনেতা #মেডচ_মাইকেলচন
Adil Hussain

30/08/2025
আৰম্ভ হ'ল বিগ বচ- ১৯
24/08/2025

আৰম্ভ হ'ল বিগ বচ- ১৯


24/08/2025

ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত পুনৰবাৰ #কহিনুৰ_থিয়েটাৰে অভিনৱ প্ৰচেষ্টাৰে সফল মঞ্চায়ন কৰিলে #টাইটানিক। কহিনুৰ থিয়েটাৰৰ এয়া নতুন প্ৰচেষ্টা নহয়, বহুবছৰ ধৰি প্ৰয়াত ৰতন লহকৰৰ পৰা তপন লহকৰলৈ ক্ৰমশ অবিৰত যাত্ৰা।

16/05/2025
16/05/2025

এটা ভাল খবৰ।
গৌহাটী বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা আৰু সাংস্কৃতিক কেন্দ্ৰই এই বৰ্ষৰ পৰা আৰম্ভ কৰিবলৈ লৈছে পৰিবেশ্য কলা বিষয়ক স্নাতকোত্তৰ পাঠ্যক্ৰম।
MA in Performing Arts

দুটা বিষয়ত এই পাঠ্যক্ৰম হ’ব-

১. সত্ৰীয়া নৃত্য
২. নাট্য কলা আৰু অভিনয়
(Theatre Arts & Acting)

গৌহাটী বিশ্ববিদ্যালয় দৰে ঐতিয্যমণ্ডিত বিশ্ববিদ্যালয়ে অভিনয় শিল্পৰ পাঠ্যক্ৰম আৰম্ভ কৰাটো অভিনয় শিল্পী সকলৰ বাবে এটা অতিকৈ ভাল খবৰ। আশা কৰো এই পাঠ্যক্ৰমে অসমৰ অভিনয় শিল্পক শৈক্ষিক আৰু প্ৰায়োগিক দিশত বহু দূৰ আগুৱাই যোৱাত সহায় কৰিব....

যোগাযোগ - 84720 73665, 98647 53866, 9707604523

আজি ৬ বজাত 'ভাইমনদা'ৰ ট্ৰেইলাৰটো মুকলি হ’ব। সন্ধিয়া ৬ বজাত কমাৰ্চ পইণ্টত  ট্ৰেইলাৰটো মুকলি কৰিব। চিনেমাখনৰ কলা-কুশলীৰ লগ...
14/05/2025

আজি ৬ বজাত 'ভাইমনদা'ৰ ট্ৰেইলাৰটো মুকলি হ’ব। সন্ধিয়া ৬ বজাত কমাৰ্চ পইণ্টত ট্ৰেইলাৰটো মুকলি কৰিব। চিনেমাখনৰ কলা-কুশলীৰ লগতে জুবিন গাৰ্গ আৰু অভিনেতা যতীন বৰা তাত উপস্থিত থাকিব।

সকলোকে আমন্ত্ৰণ জনোৱা হল।
📍কমাৰ্চ পইণ্ট। সন্ধিয়া ৬ বজাত।



Address

Ambikagiri Nagar

7810024

Telephone

+919435024077

Website

Alerts

Be the first to know and let us send you an email when Binodan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Binodan:

  • Want your business to be the top-listed Media Company?

Share