News 80 Axom

News 80 Axom Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from News 80 Axom, Media/News Company, Nagarbera.

আপোনালোকৰ বাবে লৈ আহিছো বিশ্বৰ বিভিন্ন প্ৰান্তৰ শেহতীয়া বাতৰি, ব্ৰেকিং আপডেট, আৰু গভীৰ কাহিনী। অৱগত থাকক, সংযুক্ত হৈ থাকক। বিশ্বাসযোগ্য বাতৰিৰ বাবে আপোনাৰ উৎস,24×7

 #প্ৰাঞ্জল_কলিতালৈ NEWS 80 AXOM ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিলোঁ।পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ কাৰ্যনিৰ...
04/07/2025

#প্ৰাঞ্জল_কলিতালৈ NEWS 80 AXOM ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিলোঁ।
পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভা৷

শুক্ৰবাৰে যোগীপাৰা প্ৰাথমিক বিদ্যালয় প্রাঙ্গণত দিনৰ ১০ বজাত অনুষ্ঠিত হয় পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ এখনি কাৰ্যনিৰ্বাহক সভা৷ সভাৰ সভাপতিত্ব কৰে আঞ্চলিকৰ সভাপতি মনিৰাম বৈশ্যই৷
সভাত পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰা হয় ছাত্ৰ নেতা প্ৰাঞ্জল কলিতাক৷ সভাত উপস্থিতত থাকে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দীপক পাঠক, জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহ সদস্য অকন কলিতা, পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি মনিৰাম বৈশ্য, উপ-সভাপতি দীপ জ্যোতি চৌধুৰী, মন্দিৰা, যোগীপাৰা, নিছিলামাৰী শাখা ছাত্ৰ সন্থাৰ সভাপতি ৰাতুল কলিতাৰ লগতে উপস্থিত থাকে আছুৰ শতাধিক কৰ্মী৷

সভাত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দীপক পাঠক দেৱে ছাত্ৰ সন্থাৰ কৰ্মীসকলক উদ্দেশ্যি গুৰুত্বপূৰ্ণ ভাষণ ৰাখে৷ লগতে সভাত আগন্তুক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা সন্দৰ্ভতো আলোচনা কৰা হয়৷

03/07/2025

🛑প্ৰথমে অপ*হৰণ, তাৰ পিছত ধৰ্ষ*ণ শেষ হ*ত্যা বুলি মন্তব্য সাধাৰণ জনতাৰ।

03/07/2025

8 বছৰীয়া নাবাল্যিকাক ঘৰৰ মজিয়াৰ পৰা গা*ত খান্দি উলি*য়াবলৈ বিভাগীয় কৰ্তৃপক্ষৰ বৃহৎ অভিযান।

03/07/2025

🛑৮ বছৰীয়া নাবাল্যিকাক অপ*হৰণ কৰি নিজ ঘৰতে মাটিৰ তলত পু*তি থৈছে তিনিদিনৰ পৰা।

03/07/2025

🛑৮ বছৰীয়া নাবাল্যিকাক প্ৰথমে অপহৰণ তাৰ পিছত হত্যা কৰি ঘৰৰ মজিয়াত পুতি থয় তিনি লম্পটে - লাইভ যোগে সামগ্ৰীক পৰিবেশ।

02/07/2025

🛑তেওঁলোকে হয়তো আমাক দেখি ভ*য় কৰিছে,আমি ৬ জনেও আহিছোঁ।
🛑হয়তো তেওঁলোকৰ ভিতৰত কিবা গি*ল্টি আছে।

02/07/2025

🛑৩০ বছৰীয়া মমিন আলী তিনিদিনৰ পৰা নিৰু*দ্দেশ।
🛑সোমবাৰে ৰাতিৰ পৰা সন্ধা*ন হীন।

01/07/2025

🛑 ১০ বছৰীয়া কন্যা শিশুৰ ৰহ*স্যজ*নক নিৰুদ্দেশ।
🛑দু*ষ্ট*চ*ক্ৰই অপ*হৰণ কৰি নিয়াৰ সন্দে*হৰ বিপৰীতে একাংশৰ স*ন্দেহ নৈ*ত পৰাৰ।

01/07/2025

🛑 যোগাযোগ নম্বৰ@9957597127
🛑এখন ব্যতিক্ৰমী কম মূল্যৰ মোবাইল ষ্টোৰ।
🛑আপুনি এজোৰ জোতা কিনা টকাৰে ল'ব পাৰিব আপোনাৰ মন পছন্দৰ মোবাইল ফোন।

01/07/2025

🛑বিদ্যালয় নহয় যেন গৰু পুহা গোহালি হে।
🛑বিদ্যালয় নহয় যেন কণ কণ ম‌ইনাহতৰ ক্লাৱ ঘৰ হে।
🛑বিদ্যালয় নহয় যেন প্ৰধান শিক্ষকৰ নিজ দোকান! মন গলেই বন্ধ ,মন গলেই খোলা।

01/07/2025

মোক অৰুণোদয় নালাগে

30/06/2025

🛑মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক জুবিন গাৰ্গে গৰু বুলি কৈছে।
🛑 আৰু সেই গৰু জনেই গৰু চো*ৰ হল ৰাইজে দেখিলে।

Address

Nagarbera
781127

Alerts

Be the first to know and let us send you an email when News 80 Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share