নাহৰকটীয়াৰ সংবাদ

নাহৰকটীয়াৰ সংবাদ                                  নিৰ্ভীকতাৰে ৰাইজৰ পক্ষত

https://youtu.be/NZ5_fw-umJs
15/12/2022

https://youtu.be/NZ5_fw-umJs

#প্ৰহেলিকানাৱৰীয়াৰ বঠাৰ কোবত বাজি উঠে কৰুণ সুৰৰ বিননি;দেখি শ্বহীদ-মাতৃৰ নয়নাশ্ৰু,কাঠখৰিডালেও উঠে উচুপি!অথচ নাভ....

02/12/2022
21/11/2022

ঐতিহাসিক লক্ষীমপুৰৰ পদ্মনাথ গোহাঞিবৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ পৰা মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

20/11/2022

আছুৰ সাধাৰণ সভা লক্ষীমপুৰৰ পৰা live

বুঢ়ীদিহিং নদীৰ বুকুত চলিছে বালিৰ অবাধ লুণ্ঠননিষ্ক্ৰিয় বন বিভাগ
15/11/2022

বুঢ়ীদিহিং নদীৰ বুকুত চলিছে বালিৰ অবাধ লুণ্ঠন

নিষ্ক্ৰিয় বন বিভাগ

দৈনিক অসম ৩১-১০-২০২২
31/10/2022

দৈনিক অসম ৩১-১০-২০২২

Breakingনামৰূপত ১৩ গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰ সহ আটক দুই যুৱক।ধৃত যুৱক দুজন নামৰূপ বাচা টাইপৰ নিৱাসী ৰাতুল চেতিয়া আৰু ...
28/10/2022

Breaking

নামৰূপত ১৩ গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰ সহ আটক দুই যুৱক।

ধৃত যুৱক দুজন নামৰূপ বাচা টাইপৰ নিৱাসী ৰাতুল চেতিয়া আৰু পৰেশ গগৈ বুলি জানিব পৰা গৈছে

প্ৰাপ্ত তথ্য অনুসৰি নামৰূপ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলকমল বৰুৱাৰ নেতৃত্বত যোৱা এটা দলে লালপাগুৰী ঘাটৰ পৰা যুৱক দুজনক নিষিদ্ধ হেৰ'ইন সহ আটক কৰে।

অভিযান কালত এটা চাবোনৰ কেচত ১৩ গ্ৰাম ড্ৰাগ্‌চ,এখন স্কুটী,এটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে।

ইতিমধ্যেই আৰক্ষীয়ে এন ডি পি এচ আইনৰ অধীনত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

27/10/2022

অসমীয়া চলচ্চিত্ৰৰ মহাতাৰকা নিপন গোস্বামীৰ মৃত্যুত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোক প্ৰকাশ

কাশ্মীৰৰ পৰাই নিপন গোস্বামীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়াল আৰু অগণন গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

Breakingমিঞা মিউজিয়ামৰ ফিটা কাটি আৰক্ষীৰ জালত তনু ধাদুমীয়া।আৰক্ষীৰ শীৰ্ষ মহলৰ পৰা পোৱা তথ্য অনুসৰিনলবাৰী আৰক্ষীৰ অনুৰোধত...
25/10/2022

Breaking
মিঞা মিউজিয়ামৰ ফিটা কাটি আৰক্ষীৰ জালত তনু ধাদুমীয়া।

আৰক্ষীৰ শীৰ্ষ মহলৰ পৰা পোৱা তথ্য অনুসৰি
নলবাৰী আৰক্ষীৰ অনুৰোধত ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশমৰ্মে নামৰূপ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তনু ধাদুমীয়াক

আজি নিশাই তনু ধাদুমীয়াক নলবাৰীলৈ লৈ যোৱা হ'ব বুলি জানিব পৰা গৈছে

নাহৰকটীয়া জুনিয়ৰ কলেজৰ অধ্যক্ষ আছিল তনু ধাদুমীয়া তদুপৰি বিগত নিৰ্বাচনত নাহৰকটীয়া বিধান সভা সমষ্টিৰ পৰা নিৰ্দলীয় ভাৱে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল লোকজনে।

Moran Mahila Mahavidyalaya
23/10/2022

Moran Mahila Mahavidyalaya

দৈনিক অসম ২২-১০-২০২২
22/10/2022

দৈনিক অসম ২২-১০-২০২২

*নামৰূপত বিদ্যুৎপৃষ্ট হৈ হাতীৰ মৃত্যু**বিদ্যুৎ বিতৰণ বিভাগৰ ওপৰত মৃত হাতীৰ শেষকৃতৰ দায়িত্ব এৰিলে বন বিভাগে*
14/10/2022

*নামৰূপত বিদ্যুৎপৃষ্ট হৈ হাতীৰ মৃত্যু*

*বিদ্যুৎ বিতৰণ বিভাগৰ ওপৰত মৃত হাতীৰ শেষকৃতৰ দায়িত্ব এৰিলে বন বিভাগে*

কৰ্পোৰেট নে  কৰাপ্টেডকোন ৰাজনৈতিক নেতাৰ পৰিবাৰে পালে ডেৰ লাখ টকাৰ Paidup capital ৰে ৫ কোটি টকাৰ ঋণ!চাওক আমাৰ এই অনুসন্ধা...
14/10/2022

কৰ্পোৰেট নে কৰাপ্টেড

কোন ৰাজনৈতিক নেতাৰ পৰিবাৰে পালে ডেৰ লাখ টকাৰ Paidup capital ৰে ৫ কোটি টকাৰ ঋণ!
চাওক আমাৰ এই অনুসন্ধানমূলক প্ৰতিবেদন

#কৰ্পোৰেট নে কৰাপ্টেড ? #কোন কোম্পানীলৈ কোন বেংকৰ দৰদ ? #অসমত চলিছে নেকি কৰ্পোৰেটৰ নামত ৰাজনৈতিক নেতাৰ নেক্সাছ ? # JMB Papers ....

নামৰূপত ১৩ গ্ৰাম হেৰ'ইন সহ এজনক আটকধৃত লোকজন নামৰূপ বিভিএফচিএল কলনিৰ বাসিন্দা জয়ন্ত শৰ্মাৰ পুত্ৰ অভিলেখ শৰ্মা বুলি জানিব...
13/10/2022

নামৰূপত ১৩ গ্ৰাম হেৰ'ইন সহ এজনক আটক

ধৃত লোকজন নামৰূপ বিভিএফচিএল কলনিৰ বাসিন্দা জয়ন্ত শৰ্মাৰ পুত্ৰ অভিলেখ শৰ্মা বুলি জানিব পৰা গৈছে

নামৰূপ খেৰেমীয়া গাঁ‌ৱৰ সমীপত থকা পেট্ৰ’ল ডিপ'ৰ সন্মুখত নামৰূপ আৰক্ষীৰ অভিযান

নামৰূপ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলকমল বৰুৱাৰ নেতৃত্বত এই অভিযান

অভিযান কালত এখন FZ মটৰচাইকেল আৰু এটা চাবোনৰ কেচত ১৩ গ্ৰাম নিষিদ্ধ হেৰ'ইন জব্দ

উল্লেখ্য যে ধৃত যুৱকজনে ই কমাৰ্চৰ হ'ম ডেলিভাৰিৰ কামত নিয়োজিত আছিল

অব্যাহত আছে আৰক্ষীৰ অভিযান

09/10/2022

নাহৰকটীয়া জামা মছজিদ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত বিশ্ব নৱী হজৰত মহম্মদ (ছঃ) জন্ম জয়ন্তী উপলক্ষে অনুষ্ঠিত জশ্বনে ঈদ মিলাদূণ নৱী অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক বুলন কুমাৰ শইকীয়াৰ বক্তব্য

09/10/2022

নাহৰকটীয়া জামা মছজিদ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত বিশ্ব নৱী হজৰত মহম্মদ (ছঃ) জন্ম জয়ন্তী উপলক্ষে অনুষ্ঠিত জশ্বনে ঈদ মিলাদূণ নৱী অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বক্তব্য

 #ব্যৰ্থ হৈছে নেকি মুখ্যমন্ত্ৰীৰ অধীনৰ গৃহবিভাগ ? #আৰক্ষীক মুকলিকৈ ভৎসনা কৰা মুখ্যমন্ত্ৰীয়ে ভাতৃৰ ক্ষেত্ৰত মৌন কিয় ? #গ্...
02/10/2022

#ব্যৰ্থ হৈছে নেকি মুখ্যমন্ত্ৰীৰ অধীনৰ গৃহবিভাগ ?
#আৰক্ষীক মুকলিকৈ ভৎসনা কৰা মুখ্যমন্ত্ৰীয়ে ভাতৃৰ ক্ষেত্ৰত মৌন কিয় ?
#গ্ৰাউণ্ড নিউজত বুলন কুমাৰ শইকীয়াৰ বিশ্লেষণ

#ব্যৰ্থ হৈছে নেকি মুখ্যমন্ত্ৰীৰ অধীনৰ গৃহবিভাগ ? #আৰক্ষীক মুকলিকৈ ভৎসনা কৰা মুখ্যমন্ত্ৰীয়ে ভাতৃৰ ক্ষেত্ৰত মৌন কি....

 #শাৰদীয় বতৰত গ্ৰাউণ্ড নিউজৰ নিবেদন #কেইটিমান চিৰযুগমীয়া গীতেৰে #শৰতৰ গান
02/10/2022

#শাৰদীয় বতৰত গ্ৰাউণ্ড নিউজৰ নিবেদন
#কেইটিমান চিৰযুগমীয়া গীতেৰে
#শৰতৰ গান

#কেইটিমান চিৰযুগমীয়া গীতেৰে #শৰতৰ গান

25/09/2022

নামৰূপ সাৰকাৰখানা বিক্ৰীৰ প্ৰতিবাদত আছুৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত জোঁ‌ৰ সমদল
আৰক্ষীৰে হতাহতি,তীব্ৰ বাক বিতণ্ডা

23/09/2022

নাহৰকটীয়া মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ (IQAC) ৰ উদ্যোগত "ৰঘূৱা তাঁ‌তী স্মাৰক বক্তৃতা অনুষ্ঠানত

"বিংশ শতিকাৰ ষাঠি দশকৰ ভাষা আন্দোলনঃ ৰঘূৱা তাঁ‌তীৰ অৱদান" বিষয়ত প্ৰয়াত সাংবাদিক তিলেন্দ্ৰ নাথ মহন্তৰ ডায়েৰীৰ পাতৰ পৰা যুগুত কৰি বক্তব্য আগবঢ়াই তেখেতৰ সুযোগ্য সন্তান আন্তঃৰাষ্ট্ৰীয় বাঁ‌হ শিল্পী ত্ৰিদিব মহন্তই

23/09/2022

নাহৰকটীয়া মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ (IQAC) ৰ উদ্যোগত ৰামপ্ৰসাদ চলিহা স্মাৰক বক্তৃতা অনুষ্ঠানত "অসমীয়া সত্তাৰ বিকাশঃ ঐতিহাসিক অৱলোকন" বিষয়ত বহুমূলীয়া বক্তব্য আগবঢ়াই বিশিষ্ট লেখক,চিন্তাবিদ,নিবন্ধকাৰ ময়ূৰ বৰাই (তৃতীয় খণ্ড)

23/09/2022

নাহৰকটীয়া মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ (IQAC) ৰ উদ্যোগত ৰামপ্ৰসাদ চলিহা স্মাৰক বক্তৃতা অনুষ্ঠানত "অসমীয়া সত্তাৰ বিকাশঃ ঐতিহাসিক অৱলোকন" বিষয়ত বহুমূলীয়া বক্তব্য আগবঢ়াই বিশিষ্ট লেখক,চিন্তাবিদ,নিবন্ধকাৰ ময়ূৰ বৰাই( দ্বিতীয় খণ্ড)

23/09/2022

নাহৰকটীয়া মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ (IQAC) ৰ উদ্যোগত ৰামপ্ৰসাদ চলিহা স্মাৰক বক্তৃতা অনুষ্ঠানত "অসমীয়া সত্তাৰ বিকাশঃ ঐতিহাসিক অৱলোকন" বিষয়ত বহুমূলীয়া বক্তব্য আগবঢ়াই বিশিষ্ট লেখক,চিন্তাবিদ,নিবন্ধকাৰ ময়ূৰ বৰাই

23/09/2022

নাহৰকটীয়া মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ (IQAC) ৰ উদ্যোগত ৰামপ্ৰসাদ চলিহা স্মাৰক বক্তৃতা অনুষ্ঠানত পৰিৱেশন কৰা এক সাংস্কৃতিক অনুষ্ঠান

21/09/2022

নৰেন্দ্ৰ মোদী,হিমন্ত বিশ্ব শৰ্মা,ৰামেশ্বৰ তেলী আৰু তৰংগ গগৈ মূৰ্দাবাদ ধ্বনিৰে উত্তাল নামৰূপ সাৰকাৰখানাৰ চৌহদ

সাৰকাৰখানা বিক্ৰী কৰাৰ সিদ্ধান্তক বিৰোধিতা কৰি দুঘন্টীয়া অৱস্থান ধৰ্মঘট আম আদমি পাৰ্টিৰ

21/09/2022

প্ৰতিকূল বতৰকো নেওচি নামৰূপ সাৰকাৰখানা বিক্ৰীৰ বিৰোধীতাৰে নামৰূপ বিভিএফচিএলৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত আম আদমি পাৰ্টিৰ উদ্যোগত অৱস্থান ধৰ্মঘট।

চৰকাৰক তুলাধুনা আম আদমি পাৰ্টিৰ নেতা মনোজ ধানোৱাৰৰ

বিষয় মাতৃভাষা,উত্তাল সদন অসমত মাতৃভাষাক লৈ সদন উত্তাল হ'ব লগীয়া বিষয়টোৱে প্ৰমাণ কৰে এই চৰকাৰৰ জনবিৰোধী নীতিক।কেন্দ্ৰীয় চ...
20/09/2022

বিষয় মাতৃভাষা,

উত্তাল সদন অসমত মাতৃভাষাক লৈ সদন উত্তাল হ'ব লগীয়া বিষয়টোৱে প্ৰমাণ কৰে এই চৰকাৰৰ জনবিৰোধী নীতিক।

কেন্দ্ৰীয় চৰকাৰে মাতৃভাষাত শিক্ষাৰ পোষকতা কৰে কিন্তু আমাৰ অসম চৰকাৰে ইংৰাজী পোষকতা কৰে।

এয়া গুৱাহাটীৰ কৃত্ৰিম বানপানী বুলি ভুল নকৰিব।এয়া সমস্যা শূন্য নাহৰকটীয়া নগৰৰ আজি নিশাৰ দৃশ্য।
19/09/2022

এয়া গুৱাহাটীৰ কৃত্ৰিম বানপানী বুলি ভুল নকৰিব।
এয়া সমস্যা শূন্য নাহৰকটীয়া নগৰৰ আজি নিশাৰ দৃশ্য।

Address

Naharkatia
Naharkatia
786610

Telephone

+918876430541

Website

Alerts

Be the first to know and let us send you an email when নাহৰকটীয়াৰ সংবাদ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to নাহৰকটীয়াৰ সংবাদ :

Videos

Share


Other Naharkatia media companies

Show All

You may also like