Naharkatia Press Club

Naharkatia Press Club 24×7

28/11/2025

কাজিৰঙাৰ দৰে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান খনৰ যি মনোমোহা দৃশ্য, তাত প্ৰকৃতিৰ যি যি সৃষ্টি,পৰ্যটনৰ স্থান সমূহ আৰু পৰ্যটকক কি কি সুবিধাৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়িব পাৰি।
তাৰ বাবে বনমন্ত্ৰীক বিষয়টো আগবঢ়ায় নিবলৈ অনুৰোধ জনায় বিধায়ক তৰংগ গগৈয়ে।

28/11/2025

আজি বিধাসভাত নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে স্বাস্থ্য বিভাগৰ কিছুমান সমস্যা বিভাগীয় মন্ত্ৰীৰ আগত বিতং ভাৱে দাঙি ধৰে আৰু অতি সোনকালে এই সমূহ সমস্যাৰ সমাধান কৰিবলৈ অনুৰোধ জনায়।

28/11/2025

চাহৰ আড্ডাত নিৰ্বাচনী বাৰ্তালাপ
DY365

24/11/2025
24/11/2025
24/11/2025
17/11/2025

Naharkatia Municipal Board

14/11/2025

🚨নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত দিবা নৈশ ফুটবল প্ৰতিযোগিতা
👉 ৰাজ্যৰ আগশাৰীৰ ১২ টা দলে অংশ গ্ৰহণ কৰিছে এই খেলত
👉 খেল উপভোগ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই
👉 অনুষ্ঠানত উপস্থিত বিধায়ক জিতু গোস্বামী,শদিয়াৰ বিধায়ক বলীন চেতিয়া

Address

Naharkatia

Telephone

+917002572621

Website

Alerts

Be the first to know and let us send you an email when Naharkatia Press Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share