Farjul Haque

Farjul Haque মোৰ পেজলৈ আপোনাক স্বাগতম 🙏🙏
আহিছে যেতিয়া Follow Bottom টো টিপি থৈ যাব
খাটি অসমীয়া লৰা হয়
চাকৰিৰ আশা বাদ দি কৰ্মত লাগিছোঁ
কাৰণ আমাৰ টকা নাই।

12/05/2026

Dil ❤️ Ko Chu Lene Wali 💓 Shayari”s || Best Heart Touching Poetry”s ||

08/03/2026

Aaj sirf match nahi… aaj poore desh ka dil ek saath dhadkega! 🇮🇳❤️🔥 . India national cricket team vs New Zealand national cricket team . Yeh sirf 11 khiladiyon ka nahi… 130 crore logon ke sapno ka match hai! 🏏✨ . Har ball par dua… Har run par garv… . Aur jeet ka ek hi naam — INDIA! 🏆🔥 . Comment mein likho — “Jeetega to India hi!” 🇮🇳❤️🔥 . . 👉 Follow for more cricket reels. . . .

সকলোকে ৰমজানৰ প্ৰথমটো ৰোজা মোবাৰক ⭐
18/02/2026

সকলোকে ৰমজানৰ প্ৰথমটো ৰোজা মোবাৰক ⭐

ঈশ্বৰপুত্ৰ জুবিন গাৰ্গবিহীন ৩মাহ সম্পূৰ্ণ।
19/12/2025

ঈশ্বৰপুত্ৰ জুবিন গাৰ্গবিহীন ৩মাহ সম্পূৰ্ণ।

Zubeen Garg দাদা শূণ্য দুহাতেৰে জন্ম দিনৰ শুভেচ্ছা জনালোঁ...অসম খন ম্লান, তুমি নথকাৰ কথা ভাবিলে  হৃদয়খনে খুন্দিয়াই মাৰ...
18/11/2025

Zubeen Garg
দাদা শূণ্য দুহাতেৰে
জন্ম দিনৰ শুভেচ্ছা জনালোঁ...
অসম খন ম্লান,
তুমি নথকাৰ কথা ভাবিলে
হৃদয়খনে খুন্দিয়াই মাৰে সকলোকে,
সকলোৰে হৃদয়ত আছা ঈশ্বৰৰ ৰূপত,
ঈশ্বৰ বুলি প্ৰমাণ কৰি দিছা
গতিকে তোমাৰ অনুৰাগীসকলক অন্ততঃ জীয়াই থকাৰ প্ৰেৰণা দিয়া ..
তোমাৰ মৃত্যুৰ জগৰীয়া কোন
দেখুৱাই দিয়া আকৌ এবাৰ
ঈশ্বৰৰ দৰে
কিবা এটা চমৎকাৰ কৰা প্ৰভূ 🙏
উত্তৰৰ সন্ধানত দুমাহ নিদ্ৰাহীন হৈ কটাই আছে
প্ৰতিগৰাকী অনুৰাগীয়ে...
চলি ফুৰি আছে কিন্তু বুকুত অহৰহ কঢ়িয়াই ফুৰিছে তোমাক! তুমি হেৰুওৱাৰ ৰহস্যক...!
তুমি আকৌ এবাৰ চমৎকাৰ কৰা..!
Happy birthday legend!

Address

Nalbari Village

Alerts

Be the first to know and let us send you an email when Farjul Haque posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share