Hrishikesh Kashyap Music

Hrishikesh Kashyap Music হৃষীকেশ কাশ্যপ
Singer🎼
Live Shows Performer
Contact For Live Shows 🎤: 8638052238 / 9706515947 ☎️

ধন্যবাদ অসমীয়া প্ৰতিদিন ☺️❣️   ゚
24/05/2026

ধন্যবাদ অসমীয়া প্ৰতিদিন ☺️❣️

23/05/2026

Mayabini ❤️
Hrishikesh Kashyap

19/05/2026
13/05/2026

কেতিয়াবা ❤️‍🩹🍂
Hrishikesh Kashyap


11/05/2026

জয় জুবিন দা 👆🏻❣️

প্ৰচণ্ড ঢৌ আৰু প্ৰতিকূল পৰিস্থিতিক সাহসেৰে অতিক্ৰম কৰি শ্ৰীলংকাৰ পাল্ক ষ্ট্ৰেইটত ইতিহাস ৰচনা কৰা হাৰিভাঙ্গাৰ জীয়ৰী, অসম...
08/05/2026

প্ৰচণ্ড ঢৌ আৰু প্ৰতিকূল পৰিস্থিতিক সাহসেৰে অতিক্ৰম কৰি শ্ৰীলংকাৰ পাল্ক ষ্ট্ৰেইটত ইতিহাস ৰচনা কৰা হাৰিভাঙ্গাৰ জীয়ৰী, অসম কন্যা জানভি ডাকুৱাইলৈ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিলোঁ।
সমূদ্ৰৰ প্ৰচণ্ড সোঁত আৰু ঢৌক প্ৰত্যাহ্বান জনাই ২৯ কিলোমিটাৰ ৰিলে সাঁতোৰ সফলতাৰে সম্পূৰ্ণ কৰি জানভিয়ে অসমক গৌৰৱান্বিত কৰিলে। তেওঁৰ এই দুঃসাহসিক সফলতা আগন্তুক প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস।

06/05/2026

Anuradha
Hrishikesh Kashyap
জয় জুবিন দা 👆🏻



03/05/2026

Ya Ali Humming
জয় জুবিন দা 👆🏻
Hrishikesh Kashyap



বিহু মঞ্চৰ বাবে হৃষীকেশ কাশ্যপ সাজু ❤️
27/03/2026

বিহু মঞ্চৰ বাবে হৃষীকেশ কাশ্যপ সাজু ❤️

24/02/2026

যন্ত্ৰ 🎼
জয় জুবিন দা ❣️✊🏻

18/02/2026

Baksa Polytechnic মোৰ জীৱনৰ কাৰিকৰী শিক্ষাৰ মোৰ বাবে প্ৰাণ কেন্দ্ৰ আছিল । বন্ধুত্ব আৰু শিক্ষাগুৰু সকলৰ মাজত মোৰ যি সম্বন্ধ আছিল সেই সম্বন্ধ আজিও অটুত ৰাখিবলৈ সক্ষম হৈছো । মোৰ গীতৰ প্ৰতি থকা মৰম আৰু এজন গায়ক হিচাপে মোক যি সন্মান আগ বঢ়াইছে তাৰ বাবে মই আজি Baksa Polytechnic ৰ পৰিয়াল বৰ্গক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছো । প্ৰেৰণাৰ উৎসহ মোৰ Baksa Polytechnic .....🙏🏻🏫

Address

Nalbari

Alerts

Be the first to know and let us send you an email when Hrishikesh Kashyap Music posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Hrishikesh Kashyap Music:

Share